huatong
huatong
avatar

মোৰ ফেচবুকত তুমি(Short)

জুবিন গাৰ্গ/চন্দনা শৰ্মাhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
الكلمات
التسجيلات
গীত : মোৰ ফেচবুকত তুমি(Short)

কণ্ঠ : জুবিন গাৰ্গ,চন্দনা শৰ্মা

নাটক : মোৰ ফেচবুকত তুমি

থিয়েটাৰ ভাগ্যদেৱী২০১৫-১৬

সংগীত : অজয় ফুকন

জয় আই অসম

m/নীলিম তোমাৰ দুচকুতে

এধানি মৰম বৰষে

হৃদয়ত তোমাৰ ৰঙীন ছবি

এটি এটি পল তোমাক সুঁৱৰি

মোৰ ফেচবুকত তুমি...

মোৰ ফেচবুকত তুমি !

মোৰ ফেচবুকত তুমি...

মোৰ ফেচবুকত তুমি !

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

ট্ৰেক অনুৰোধ : NILONJONA

f/মনে হিয়াক সোধে

তোমাৰেই কথা

ভালপাও তোমাকেই মই

~~~~~~~~~~••••

m/অ অ গোপনে হৃদয়ে

দিলেহি বতৰা

ভালপাও সাগৰৰ সমান

দাপোন দাপোন মোৰ হৃদয়

সপোন সপোন এই সময়

আৱেগে আৱেগেনো কয়

মোৰ ফেচবুকত তুমি...

মোৰ ফেচবুকত তুমি !

মোৰ ফেচবুকত তুমি...

মোৰ ফেচবুকত তুমি !

المزيد من জুবিন গাৰ্গ/চন্দনা শৰ্মা

عرض الجميعlogo

قد يعجبك