huatong
huatong
avatar

English baideo assamese Torali 3

Achurjya Barpatrahuatong
nishasweetie20huatong
الكلمات
التسجيلات
Achurjyar eta hundar Gaan

Bhal lagile join koriba

হাইস্কুলত আমাক যে

ইংলিছ পঢ়াইছিলে

বাইদেউজনী‍ সচাঁই ......

ধুনীয়া আছিলে

ভাল লাগে কিনো চাই

মই....বাইদেউক চাই শিকিলো

ভন্টী লগৰ বোৰক

ময়ো চাব জনা হ'লো

তেতিয়াই প্ৰেমত পৰিলো

বান্ধৈ পঢ়াত মন নিদিলো

বান্ধৈ মা দেউতাৰ সপোনবোৰ

বান্ধৈ গেথেলা মৰালো

গেথেলা মৰালো মই

ঘৰত ভাবিছিলে

পঢ়োৱাম ডাক্তৰী‍

মেট্ৰিক পাছ কৰোতেই

মই গাওঁৰ নামে কৰি

Higher Secondary ত

দিলো আহি ভৰি

মই হোষ্টেলত সোমালো

ঘৰৰ শাসন এৰি

নজনা বহুতেই শিকিলো

নকৰা বহুতেই কৰিলো

বান্ধৈ মাৰ দেউতাৰ সপোনহে

বান্ধৈ পাহৰি পেলালো

পাহৰি পেলালো মই

এতিয়া মনে যায়

আকৌ পঢ়িবলে

তেতিয়া কৰা ভুল

আকৌ শুধৰাই ল'বলে

বাইদেউৰ কথা শুনিম

মই ঘৰৰ কথা মানিম

প্ৰেমত পৰাৰ কথা

আকৌ ভুলতো নাভাবিম

উভতি চাবলৈহে পাৰো

উলতি যাবলৈ নোৱাৰো

বান্ধৈ তেতিয়াই দুভৰিত

বান্ধৈ কুঠাৰ মাৰি ল'লো

কুঠাৰ মাৰি ল'লো মই

হে মাৰিব লাগিছিল মাথা

মাৰি দিলি কুঠাৰ

المزيد من Achurjya Barpatra

عرض الجميعlogo

قد يعجبك