huatong
huatong
الكلمات
التسجيلات
এই প্ৰণয়ৰ কাহিনী

ফাগুণী পলাশে আনি দিয়া

ৰাংঢালী তুমি

এই প্ৰণয়ৰ কাহিনী

ফাগুণী পলাশে আনি দিয়া

ৰাংঢালী তুমি

এই ধৰণীতে

নাই তোমাৰে তুলনা

অ' মন মোৰ উন্মনা

অ' জান ঐ সুনয়না

এই ধৰণীতে

নাই তোমাৰে তুলনা

অ' মন মোৰ উন্মনা

অ' জান ঐ সুনয়না

তুমি মোৰ প্ৰণয়ৰে লিখনি

যেন ধ্ৰুৱ তৰাৰে জিলিকনি

তুমি মোৰ জোনাকৰে নয়নমণি

যেন এটি এটি মিঠা সোৱৰণি

নিজানৰ এটি মিঠা সুৰেৰে

আনিলে জানানে ব'হাগৰে বতৰা

প্ৰণয়ৰ এটি মিঠা বান্ধোনে

আনিলে জানানে তোমাৰে বতৰা

মৌসনা কৰিলা বলীয়া

বিহুতে অ' মোৰে বহনা

মৌসনা কৰিলা বলীয়া

বিহুতে অ' মোৰে বহনা

তুমি মোৰ প্ৰণয়ৰে লিখনি

যেন ধ্ৰুৱ তৰাৰে জিলিকনি

তুমি মোৰ জোনাকৰে নয়নমণি

যেন এটি এটি মিঠা সোৱৰণি

المزيد من Apratim Unplugged/Hirak Jyoti Sarma/Aarxslan

عرض الجميعlogo

قد يعجبك