huatong
huatong
avatar

A Tribute to Kala Guru Bishnu Prasad Rabha | Rabha Sangeet Mashup | HQ™

Bhupen Hazarika/️ Zubeen Garg/Tarali sarma & othershuatong
̲̲𝄟⃝🐦𝐊⎯𝐤𝐚𝐮𝐬𝐡𝐢𝐤𝄟⃝🐦huatong
الكلمات
التسجيلات
A Tribute to Kala Guru Bishnu Prasad Rabha

Karaoke: Keshab Kaushik Sonowal

SM Family: Xuror Gunjan (1244847)

[Parajanamar (Zubeen Garg)]

পৰজনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা

পৰজনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা

পূৰাবানে প্ৰিয়ে এই জনমৰ

মোৰ হিয়াৰ অপূৰ্ণ আশা

পৰজনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা

পূৰাবানে প্ৰিয়ে এই জনমৰ

মোৰ হিয়াৰ অপূৰ্ণ আশা

পৰজনমৰ শুভ লগনত...

[Joya Nai (Zubeen Garg)]

তেজৰ টোপাল চকুলো ওলাল

নয়নৰ পাহি ফালি

কলিজাৰ চাকি জালিলে দীপালী

বুকুৰ অগনি জালি

পাৰতে সাজিলে স্মৃতিৰ দেউল

প্ৰেমৰ সুৰভি ঢালি

স্বামীকো তৰিলে দেশকো ৰাখিলে

নিজকেই দিলে বলি

জয় দেউলৰ শিলত বোলালে

সোণৰ গৰিমা বোল

আজিও কুলিয়ে কলচীত বহি

তোলে বিননী ৰোল

জয়া নাই জয়া নাই..

অসমী আইৰ চেনেহৰ জী

সতী জয়মতী নাই

জয়া নাই জয়া নাই

জয়া নাই জয়া নাই

[Tilai Tilai (Tarali Sharma)]

টিলাই টিলাই

ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী

টিলাই টিলাই

ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী

মন কলীয়া মেঘৰে

আৰে আৰে

ৰংমনেৰে ঘূৰি ফুৰে

নাচনী-বিজুলী

মন কলীয়া মেঘৰে

আৰে আৰে

ৰংমনেৰে ঘূৰি ফুৰে

নাচনী-বিজুলী

টিলাই টিলাই

ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী

টিলাই টিলাই

ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী

[Mur Kabitar (Zubeen Garg)]

মোৰ কবিতাৰ ছন্দ লাগি

স্পন্দন তোৰ জাগেনে

স্পন্দন তোৰ জাগেনে

কথা মালিকাৰ গন্ধ লাগি

সোণৰ সপোন ভাগেনে

ভাগেনে...ভাগেনে...?

তোৰ সোণৰ সপোন ভাগেনে

মোৰ কবিতাৰ ছন্দ লাগি

স্পন্দন তোৰ জাগেনে

স্পন্দন তোৰ জাগেনে

কথা মালিকাৰ গন্ধ লাগি

সোণৰ সপোন ভাগেনে

ভাগেনে...ভাগেনে...?

তোৰ সোণৰ সপোন ভাগেনে

তোৰ সোণৰ সপোন ভাগেনে

[Roi Roi Keteki (Anima Choudhary)]

ৰৈ ৰৈ কেতেকী বিনা অ'

অমাতৰ মাত

অমাতৰ মাত

ৰৈ ৰৈ কেতেকী বিনা অ'

অমাতৰ মাত

অমাতৰ মাত

কৰে সমনীয়া লগে চেমনীয়া

আহ উৰণীয়া মেলি দিওঁ হাত

অমাতৰ মাত

অমাতৰ মাত

ৰৈ ৰৈ কেতেকী বিনা অ'

অমাতৰ মাত

অমাতৰ মাত

কৰে সমনীয়া লগে চেমনীয়া

আহ উৰণীয়া মেলি দিওঁ হাত

অমাতৰ মাত

অমাতৰ মাত

ৰৈ ৰৈ কেতেকী বিনা অ'

অমাতৰ মাত

অমাতৰ মাত

[Logon Ukoli Gol (Sangeeta Borthakur)]

কিমান হেঙূলি উশাহ

কিমান জোনালী নিশা

মিছাতেই গ'ল মোৰ

কিমান গধুলি পুৱা

তেও যে নহ'ল কোৱা

লগন উকলি গ'ল

তেও যে নহ'ল কোৱা

Thanks & Regards

Keshab Kaushik Sonowal

المزيد من Bhupen Hazarika/️ Zubeen Garg/Tarali sarma & others

عرض الجميعlogo

قد يعجبك