huatong
huatong
avatar

Bihur Tolikhon Oi Jaan

Dolly Goshhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
الكلمات
التسجيلات
গীত : তলিখন ঐ জান

কণ্ঠ : ডলী ঘোষ

Cover : Bondita Baruah

কথা,সুৰ : হীৰেন গোহাঁই

BIJIT_শিৱসাগৰীয়া(starmaker)

জয় আই অসম

বিহুৰ তলিখন ঐ জান

কিবা যেন উৰুঙা লাগিছে

তোমাক নেপালোহি জাকৰে মাজতে

মিচাতে সাজিলো কাচিলো

সাঁচিলো বিহুৱান খন

দুগাল তিতিছে ঐ জান

দূৰণিত কেতেকীৰ বিননি

বনৰে পখীয়ে জুৰ পাতি উৰে

আমাৰ জুৰ পাতোতা নোলালে

নুবুজে বতৰৰ মন

?  ?  ?  ?  ?  ?

ফুলিলে ঢাপৰ কেতেকী

বিৰিখেও সলালে পাত

হাতৰ তামোল খিনি হাততেই ৰৈ গ'ল

তুমিও নিদিলা মাত

কিৰিলি শুনিছোঁ বৰৰে তলৰে

ঢাপলি মেলি মই যাওঁ

জীও মোৰ থাকিবা ধন

?  ?  ?  ?  ?  ?  ?

পেটৰ ভোক মাৰিব পাৰি

পিৰিটিৰ ভোককো দিয়া

মনৰ জুইয়ে নিয়ে মাৰি

বনৰ জুই খন্তেকীয়া

মন পাখীলগা মন পলৰীয়া

মন দিহিঙৰে গড়া

পিছে তামোল নহয় ধন

পিছে তামোল নহয় ধন

বিহুৰ তলিখন ঐ জান

কিবা যেন উৰুঙা লাগিছে

তোমাক নেপালোহি জাকৰে মাজতে

মিচাতে সাজিলো কাচিলো

সাঁচিলো বিহুৱান খন

সাঁচিলো বিহুৱান খন

সাঁচিলো বিহুৱান খন

المزيد من Dolly Gosh

عرض الجميعlogo

قد يعجبك

Bihur Tolikhon Oi Jaan لـ Dolly Gosh - الكلمات والمقاطع