huatong
huatong
avatar

Ki Kothati Kola - Assamese - Upload_Nilanjona

Dr. Anima Choudhuryhuatong
NilanjonaMahantahuatong
الكلمات
التسجيلات
"Ki Kothati Kola"

Assamese Modern Song

Artist: Dr. Anima Choudhury

TrackLyricsArrangementUploadNilanjonaMahanta

Support Assamese Songs

JOI AAI AXOM

************

কি কথাটি ক'লা মন হ'ল উতলা

যি ছৱি হৈ ৰ'লা জোন নে পুৱাৰ তৰা

কি কথাটি ক'লা মন হ'ল উতলা

যি ছৱি হৈ ৰ'লা জোন নে পুৱাৰ তৰা

তুমি প্ৰথম মৰমৰ নিবিড় সঁহাৰি হ'লা

তুমি প্ৰথম মৰমৰ নিবিড় সঁহাৰি হ'লা

কি কথাটি ক'লা মন হ'ল উতলা

যি ছৱি হৈ ৰ'লা জোন নে পুৱাৰ তৰা

****

***

**

*

গ'ল ল'ৰালি আঁতৰি হ'ল বুজাৰো সময়

মন এতিয়া নদী হ'ল ধিয়ায় সাগৰ

গ'ল ল'ৰালি আঁতৰি হ'ল বুজাৰো সময়

মন এতিয়া নদী হ'ল ধিয়ায় সাগৰ

নতুন আঁচনি হ'ল জীৱন-জোৰা

আমাৰ সমুখ যেন আশাৰে ভৰা

নতুন আঁচনি হ'ল জীৱন-জোৰা

আমাৰ সমুখ যেন আশাৰে ভৰা

কি কথাটি ক'লা মন হ'ল উতলা

যি ছৱি হৈ ৰ'লা জোন নে পুৱাৰ তৰা

****

***

**

*

যাওঁ যদিহে ভাগৰি পথ কিমান দূৰৰ

ৰং এতিয়া আশা হ'ল নতুন দিনৰ

যাওঁ যদিহে ভাগৰি পথ কিমান দূৰৰ

ৰং এতিয়া আশা হ'ল নতুন দিনৰ

প্ৰথম মৰম হওঁক যুগমীয়া

হওঁক তাৰেই আজি গীত গোৱা

প্ৰথম মৰম হওঁক যুগমীয়া

হওঁক তাৰেই আজি গীত গোৱা

কি কথাটি ক'লা মন হ'ল উতলা

যি ছৱি হৈ ৰ'লা জোন নে পুৱাৰ তৰা

কি কথাটি ক'লা মন হ'ল উতলা

যি ছৱি হৈ ৰ'লা জোন নে পুৱাৰ তৰা

তুমি প্ৰথম মৰমৰ নিবিড় সঁহাৰি হ'লা

তুমি প্ৰথম মৰমৰ নিবিড় সঁহাৰি হ'লা

কি কথাটি ক'লা মন হ'ল উতলা

মন হ'ল উতলা

মন হ'ল উতলা

Thank You

With Love from NilanjonaMahanta

المزيد من Dr. Anima Choudhury

عرض الجميعlogo

قد يعجبك

Ki Kothati Kola - Assamese - Upload_Nilanjona لـ Dr. Anima Choudhury - الكلمات والمقاطع