huatong
huatong
avatar

Abeg

Gourisnkrhuatong
babaoriley5huatong
الكلمات
التسجيلات
মনে মনে আজি ক′বলে' অলেখ ভাষা তোমাকেই, জানা!

হিয়াৰে লগৰী বুলি তোমাক পাবলে′ কৰোঁ যে আশা

বিচাৰি আজি কিয় ৰ লাগি চাওঁ?

অজানা ঠিকনা বিচাৰি মই পাওঁ, পাওঁ (yeah)

মাথোঁ তুমি মোৰ হৈ ৰোৱাঁনা

উশাহতো বিলীন মই তোমাকেই ভাবি ভাবি, জানা!

নেলাগে আজি মোক মিছা প্ৰেমৰে আশা, অ' আশা

আহিলে তুমি সঁচা প্ৰেম দিবলৈ আহাঁ, whoa

অভিমান সামৰি লোৱাঁনা

হাততে আহি তুমি ধৰাঁ

চকুতে চকু থৈ আহি সানি দিয়াঁ মোক মায়া

আৱেগৰেই যেন যুৰীয়া

মন মোৰ আজি হয় কিয় উতনুৱা?

অনুভৱী এই সুৰতেই মই মগন, তুমি জানা নে নাজানা?

সিৰে-সিৰে আজি প্ৰেমৰ গাথা

তোলে' সাঁচি ৰখা মৰমে আমনি মোক কৰে

জোনাকীৰ বাটতে আহিবা বুলি তুমি

ৰৈ থাকিম মই বাট চাই

المزيد من Gourisnkr

عرض الجميعlogo

قد يعجبك