huatong
huatong
avatar

Dhan Kati Thakute

Krishnamoni Nathhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
الكلمات
التسجيلات
গীত : ধান কাটি থাকোতে

কণ্ঠ : কৃষ্ণমণি নাথ

এলবাম : মৰমৰ লগৰী

জয় আই অসম

ধান কাটি থাকোতে

আহিছিলি ঘনাই

তয়ে মোৰ তৰামাই

ধানৰে নো লে চেৰি বুটলিবলৈ

~~~~

ঐ ধান কাটি থাকোতে

আহিছিলি ঘনাই

তয়ে মোৰ তৰামাই

ধানৰে নো লে চেৰি বুটলিবলৈ

এদালি দুদালি কৰি

দুয়োহাতে গোটাই

দুয়োহাতে গোটাই

যাবৰে পৰত হাঁহিছিলি মিচিকীয়াই

ধান কাটি থাকোতে

আহিছিলি ঘনাই

তয়ে মোৰ তৰামাই

ধানৰে নো লে চেৰি বুটলিবলৈ

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

সোনতে সোৱগা চৰা

মিচিকিয়া হাঁহিত

জনাটো নাছিলো পিছলিব

মোৰে চিত

~~~~~~~~

হৌ সোনতে সোৱগা চৰা

মিচিকিয়া হাঁহিত

জনাটো নাছিলো পিছলিব

মোৰে চিত

ময়ো তুলি দিছিলো

দুহাতৰে মুঠিত

চেগ চাই বুলাইছিলো

লিহিৰি আঙুলিত

চুবুৰীৰে ছোৱালী বুলিহে

তোকে মই

মোৰে বহনা ঐ

দিব পৰা নাছিলো

চকু তেনেকৈ

ধান কাটি থাকোতে

আহিছিলি ঘনাই

তয়ে মোৰ তৰামাই

ধানৰে নো লে চেৰি বুটলিবলৈ

Track Upload - BIJIT_শিৱসাগৰীয়া

ইবেলি সিবেলি কৰি

গাভৰু হলি

চাই নো চাই থাকোতেই

ৰিহাখনি পিন্ধিলি

~~~~~~ ¥¥

অ ইবেলি সিবেলি কৰি

গাভৰু হলি

চাই নো চাই থাকোতেই

ৰিহাখনি পিন্ধিলি

ফুলপহীয়া ওঠৰে

পাহিতে বুলালি

সোন বৰষা ৰূপ বৰষা

লাজ হাঁহিটি

যদিও তই চিনাকী সৰুৰে

তৰামাই

অ মোৰ তৰামাই

মনে আজি নমনা হ'ল

একো গুৰু গোঁসাই

ধান কাটি থাকোতে

আহিছিলি ঘনাই

তয়ে মোৰ তৰামাই

ধানৰে নো লে চেৰি বুটলিবলৈ

~~~~~~•••√√

আই ঐ ধান কাটি থাকোতে

আহিছিলি ঘনাই

তয়ে মোৰ তৰামাই

ধানৰে নো লে চেৰি বুটলিবলৈ

এদালি দুদালি কৰি

দুয়োহাতে গোটাই

দুয়োহাতে গোটাই

যাবৰে পৰত হাঁহিছিলি মিচিকীয়াই

ধান কাটি থাকোতে

আহিছিলি ঘনাই

তয়ে মোৰ তৰামাই

ধানৰে নো লে চেৰি বুটলিবলৈ

ধন্যবাদ সহকাৰে

المزيد من Krishnamoni Nath

عرض الجميعlogo

قد يعجبك