huatong
huatong
avatar

Xun Kene Asa

Krishnamoni Nathhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
الكلمات
التسجيلات
গীত : সোন কেনে আছা ক'বানে

কণ্ঠ : কৃষ্ণমণি নাথ

এলবাম : বতাহ

সংগীত : অভিজিত বৰ্মন

জয় আই অসম

সোন কেনে আছা ক'বানে ?

•••

সোন কেনে আছা ক'বানে ?

বোলো,সোন কেনে আছা ক'বানে ?

অকলে নিজানে অকলে

নিলগে অকলে অকলে

সোন কেনে আছা ক'বানে ?

সোন কেনে আছা ক'বানে ?

ট্ৰেক আপলোড = BIJIT_শিৱসাগৰীয়া

আজিও অকনমান আহৰি পাই

পদূলী মুখলে আহা নে নাই

তোমাৰে মেঘালী চুলিটাৰিক

বতাহে আমনি কৰেনে নাই ?

একেদৰেই বাৰু আছেনে নাই ?

বুকুৱে সৰকা হাঁহিটি হায় !

আবেলি গধূলী পাহৰাই

সোন কেনে আছা ক'বানে ?

সোন কেনে আছা ক'বানে ?

মোৰ,সোন কেনে আছা ক'বানে ?

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

নকলো সেইবাবেই নিদিলা নাই

হিয়াৰে ঠিকনা বুকুতে হায় !

সঁচাই বাৰু বুজিছিলানে নাই

চকুৰে কবিতা চকুলে চাই

ৰাতিৰে আকাশত বেলি নোলায়

জানিলো আৰতে জোনলে চাই

আহিলো আঁতৰি অসহায়

সোন কেনে আছা ক'বানে ?

সোন কেনে আছা ক'বানে ?

বোলো,সোন কেনে আছা ক'বানে ?

অকলে নিজানে অকলে

নিলগে অকলে অকলে

সোন কেনে আছা ক'বানে ?

সোন কেনে আছা ক'বানে ?

Happy Singing (⁠´⁠°̥̥̥̥̥̥̥̥⁠ω⁠°̥̥̥̥̥̥̥̥⁠`⁠)

المزيد من Krishnamoni Nath

عرض الجميعlogo

قد يعجبك