huatong
huatong
avatar

Runu junu runu junu ghungura

Namita Bhattacharyahuatong
pors993huatong
الكلمات
التسجيلات
ৰুনু জুনু ৰুনু জুনু ঘুঙ্গুৰা বজাই

ৰুনু জুনু ৰুনু জুনু ঘুঙ্গুৰা বজাই

আঠু কাঢ়ি ৰিংগা পাৰি চলে যদুৰাই,,

যশোৱা আইৰে আন্ধাৰ ৰাতি পোহৰাই

&-বিশেষ-অনুপ্ৰেৰণা-&

জেউতি & আৰাধনা পৰিয়ালবৰ্গ

কি পুণ্য সাধি নন্দ

ৰজা নন্দ ৰানি

&&&&

কি পুণ্য সাধি নন্দ

ৰজা নন্দ ৰানি

তোমাক লভিলে পুত্ৰ

অহে চক্ৰপাণি

লৰো হাতে গৰু চাৰে

ফুৰা বেনু বাই,,

যশোৱা আইৰে আন্ধা ৰাতি পোহৰাই

আঠু কাঢ়ি ৰিংগা পাৰি চলে যদুৰাই,,

যশোৱা আইৰে আন্ধাৰ ৰাতি পোহৰাই

বসুদেৱ দৈৱকী দুইৰো

শিকলি খহাই

&&&&

বসুদেৱ দৈৱকী দুইৰো

শিকলি খহাই

পোতাশাল উজলাই তুমি

আহিলা পলাই

কালৈনো কৰিলা ভয়

নাজানো গোসাঁই,,

যশোৱা আইৰে আন্ধাৰ ৰাতি পোহৰাই

আঠু কাঢ়ি ৰিংগা পাৰি চলে যদুৰাই,,

যশোৱা আইৰে আন্ধাৰ ৰাতি পোহৰাই

&-সেৱাৰে-দেৱজিৎ-&

المزيد من Namita Bhattacharya

عرض الجميعlogo