huatong
huatong
avatar

Misik Masak (Mero Maya Lai)

Neel Akash/Nilav Nitahuatong
BIJIT_শিৱসাগৰীয়াhuatong
الكلمات
التسجيلات
গীত:মিচিক মাচাক(মেৰ' মায়া লাই)

কণ্ঠ:নীল আকাশ,নীলাভ নীতা

কথা,সুৰ:অজয় ফুকন

সংগীত:দ্বীপকেশ বৰগোহাঁই

কলাগুৰু থিয়েটাৰ ২০২৫-২৬ বৰ্ষ

জয় আই অসম(Nepali Lyrics Included)

M/এই আহা আহা মোৰ কাষে চাপি

বুকুতে লম সাৱটি

মনে মনে যাম ওচৰ চাপি

হোৱানা মৰম তুমি

~~~~~~~~~••••

হেই এই আহা আহা মোৰ কাষে চাপি

বুকুতে লম সাৱটি

F/মনে মনে যাম ওচৰ চাপি

মৰমৰে হম লগৰী

M/সজামে সপোন আমাৰ

চেনেহৰ,দলিচা পাৰি

F/অ ভালপাই বুজামে তোমাক

আছে প্ৰেম বুকু ভৰি

M/মিচিক মাচাক মিচিক মাচাক

হাঁহে কিয় হিয়াই

অ ধিপিক ধাপাক ধিপিক ধাপাক

হৃদয়ে কিনো বুজাই

F/অ মিচিক মাচাক মিচিক মাচাক

হাঁহে কিয় হিয়াই

ধিপিক ধাপাক ধিপিক ধাপাক

হৃদয়ে কিনো বুজাই

M/তুমি উশাহ তুমি হেঁপাহ

তোমালৈ আছো ৰৈ...

F/এই আহা আহা মোৰ কাষে চাপি

বুকুতে লম সাৱটি

M/মনে মনে যাম ওচৰ চাপি

লবা দেই মোক আদৰি...

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

M/অ ঐ চোৱা চোৱা চোৱা চকুলৈ

মৰম কিমান তোমালৈ~~~

F/ৰঙা ৰঙা ৰঙা কলিজাত

আছোহি তোমাৰে হৈ

~~~~~~~

M/হৌ অ চোৱা চোৱা চোৱা চকুলৈ

মৰম কিমান তোমালৈ~~~

F/ৰঙা ৰঙা ৰঙা কলিজাত

আছোহি তোমাৰে হৈ

M/মিচিক মাচাক মিচিক মাচাক

হাঁহে কিয় হিয়াই

ধিপিক ধাপাক ধিপিক ধাপাক

হৃদয়ে কিনো বুজাই

অ মিচিক মাচাক মিচিক মাচাক

হাঁহে কিয় হিয়াই

অ ধিপিক ধাপাক ধিপিক ধাপাক

হৃদয়ে কিনো বুজাই

তুমি আপোন তুমি সপোন

তুমি মন আকাশৰ জোন...

F/এই আহা আহা মোৰ কাষে চাপি

বুকুতে লম সাৱটি

মনে মনে যাম ওচৰ চাপি

লবা দেই মোক আদৰি...

=====Music Interload=====

M/শুনা শুনা শুনা মোৰে জান

মনৰে কথাটি ঐ~~~~~

F/কোৱা কোৱা কোৱানা কথাটি

আছো ৰৈ শুনিবলৈ

~~~~~~~~~~

F/শুনা শুনা শুনা মোৰে জান

মনৰে কথাটি ঐ

M/কোৱা কোৱা কোৱানা কথাটি

আছো ৰৈ শুনিবলৈ

F/মিচিক মাচাক মিচিক মাচাক

হাঁহে কিয় হিয়াই

ধিপিক ধাপাক ধিপিক ধাপাক

কলিজা কঁপি যায়

M/অ মিচিক মাচাক মিচিক মাচাক

হাঁহে কিয় হিয়াই

অ ধিপিক ধাপাক ধিপিক ধাপাক

কলিজা কঁপি যায়

তুমি জীৱন তুমি মৰন

তুমি মই আমি হম...

আহা আহা মোৰ কাষে চাপি

বুকুতে লম সাৱটি

মনে মনে যাম ওচৰ চাপি

মৰমৰে হম লগৰী

ধন্যবাদ সহকাৰে !

المزيد من Neel Akash/Nilav Nita

عرض الجميعlogo

قد يعجبك