huatong
huatong
الكلمات
التسجيلات
সময় সহজ হ'ব

তুমি ৰোৱাঁ

এন্ধাৰ আঁতৰাই

পোহৰ হোৱাঁ

সময় সহজ হ'ব

তুমি ৰোৱাঁ

এন্ধাৰ আঁতৰাই

পোহৰ হোৱাঁ

কিয় আজি ৰওঁ বাৰে বাৰে থমকি!

প্ৰতিপলে জাগে তুমি অহাৰ অনুভূতি

কিয় আজি ৰওঁ বাৰে বাৰে থমকি!

প্ৰতিপলে জাগে তুমি অহাৰ অনুভূতি

তুমি বুজি যদি পোৱা মোৰ মনৰে কথা

বুকু ভৰি মাথোঁ মোৰ তুমিয়েই থাকা

তুমি বুজি যদি পোৱা মোৰ মনৰে কথা

বুকু ভৰি মাথোঁ মোৰ তুমিয়েই আছা

দুপাহি চকুৰে

মায়া সানি

মোৰ পৃথিৱী শুৱনি কৰা

ਓ, ਰਸੀਆ, ਨਿੰਬੂ ਲਿਆ ਦੇ ਵੇ

ਡਾਢੀ ਉਠੀ ਕਲੇਜੇ ਪੀੜ

ਓ, ਰਸੀਆ, ਨਿੰਬੂ ਲਿਆ ਦੇ ਵੇ

ਡਾਢੀ ਉਠੀ ਕਲੇਜੇ ਪੀੜ

ਇਹ ਨਿੰਬੂਆ ਨਾ ਨੇੜੇ-ਤੇੜੇ

ਨਾ ਨਿੰਬੂਆ ਕਸ਼ਮੀਰ

ভাললগা প্ৰতিটো সপোন

তুমি আহিলে দেখা পাওঁ

জোনাকত প্ৰথম বৰষুণ

তোমাৰ স'তে ভিজি চাওঁ

প্ৰণয় এই আৱেগে সজোৱা

ৰাতিবোৰ তোমাকে ভাবি জাগি ৰওঁ

তুমি বুজি যদি পোৱা মোৰ মনৰে কথা

বুকু ভৰি মাথোঁ মোৰ তুমিয়েই থাকা

তুমি বুজি যদি পোৱা মোৰ মনৰে কথা

বুকু ভৰি মাথোঁ মোৰ তুমিয়েই আছা

দুপাহি চকুৰে

মায়া সানি

মোৰ পৃথিৱী শুৱনি কৰা

ਓ, ਰਸੀਆ, ਨਿੰਬੂ ਲਿਆ ਦੇ ਵੇ

ਡਾਢੀ ਉਠੀ ਕਲੇਜੇ ਪੀੜ

ਓ, ਰਸੀਆ, ਨਿੰਬੂ ਲਿਆ ਦੇ ਵੇ

ਡਾਢੀ ਉਠੀ ਕਲੇਜੇ ਪੀੜ

ਇਹ ਨਿੰਬੂਆ ਨਾ ਨੇੜੇ-ਤੇੜੇ

ਨਾ ਨਿੰਬੂਆ ਕਸ਼ਮੀਰ

المزيد من Nikhil Jyoti Sarma/Prasant Das/Bhargav Ojapali

عرض الجميعlogo

قد يعجبك