huatong
huatong
avatar

Bohudin Par Hol

Nilakshi Changkakotihuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
الكلمات
التسجيلات
গীত : বহুদিন পাৰ হ'ল

কণ্ঠ : নিলাক্ষী চাংকাকতি

কথা,সুৰ : প্ৰশান্ত বৰদলৈ

সংগীত : পলাশ শিৱম

জয় আই অসম

বহু দিন পাৰ হ'ল

বাতৰি পোৱা নাই

বাটলৈ চাই চাই

চকু যুৰি বিষাই

ঘনে ঘনে মনত পৰিছে

তুমি জানো একো বোজা নাই

ঘনে ঘনে মনত পৰিছে

তুমি জানো একো বোজা নাই

বহু দিন পাৰ হ'ল

বাতৰি পোৱা নাই

বাটলৈ চাই চাই

চকু যুৰি বিষাই

ঘনে ঘনে মনত পৰিছে

তুমি জানো একো বোজা নাই

ঘনে ঘনে মনত পৰিছে

তুমি জানো একো বোজা নাই

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

কপৌ ফুল ফুলাৰ

বতৰ আহিল ঐ

অ..অ...অ....

কপৌ ফুল ফুলাৰ

বতৰ আহিল ঐ

নাহৰ ফুল ফুলাৰ

বতৰ আহিল ঐ

দূৰৰ ছবি মনত আঁকি

বননিলে চাই চাই

ঘনে ঘনে মনত পৰিছে

তুমি জানো একো বোজা নাই

ঘনে ঘনে মনত পৰিছে

তুমি জানো একো বোজা নাই

Track request : Bindia সুৰসপ্তক

কুলি কেতেকী

অহাৰ সময় হ'ল

অ...অ..অ....

কুলি কেতেকী

অহাৰ সময় হ'ল

অচিন পখীও

বনত ভৰি গ'ল

দূৰৰ বাঁহী মনৰ হাহি

শুনিবলে বাট চাই

ঘনে ঘনে মনত পৰিছে

তুমি জানো একো বোজা নাই

ঘনে ঘনে মনত পৰিছে

তুমি জানো একো বোজা নাই

বহু দিন পাৰ হ'ল

বাতৰি পোৱা নাই

বাটলৈ চাই চাই

চকু যুৰি বিষাই

ঘনে ঘনে মনত পৰিছে

তুমি জানো একো বোজা নাই

ঘনে ঘনে মনত পৰিছে

তুমি জানো একো বোজা নাই

المزيد من Nilakshi Changkakoti

عرض الجميعlogo

قد يعجبك