huatong
huatong
rajib-sadiya-jai-aii-axom-cover-image

Jai Aii Axom জয় আই অসম

RAJIB SADIYAhuatong
Mrinal-Medhihuatong
الكلمات
التسجيلات
লুইট খন ভৰিলে

বিষ মেটেকাৰে

পাৰত ভৰিলে জাবৰ

অ পশ্চিমৰ বতাহজাক

পূৱলৈ বলিচে

তাৰ জানো ৰাখিছ খৱৰ

লুইট খন ভৰিলে

বিষ মেটেকাৰে

পাৰত ভৰিলে জাবৰ

অ পশ্চিমৰ বতাহজাক

পূৱলৈ বলিচে

তাৰ জানো ৰাখিছ খৱৰ

বুলু অসমীয়া

দূৰ্গা দিপাৱলিয়ে

কঙালীক চেপিলে

নিউ ইয়াৰ আহি

ভোগালীক নাশিলে

পশ্চিমৰ বতাহে

ৰঙালীকো চেপিচে

অসমীয়া জাতি আজি

কোন দিশে

অসমীয়া জাতি বাৰু

কোন দিশে

লুইট খন ভৰিলে

বিষ মেটেকাৰে

পাৰত ভৰিলে জাবৰ

অ পশ্চিমৰ বতাহজাক

পূৱলৈ বলিচে

তাৰ জানো ৰাখিছ খৱৰ

(কথা,সুৰ, সংগীত

গণশিল্পী ৰাজীৱ শদিয়া)

আইৰ তাত শাল

ইতিহাস হ'ল

এপেকেট কাপোৰেই আতে

তাত বাতি কৰি

দিঘ বাণী তৰি

আজি কাপোৰ বয়নো কোনে

আৰু কি কৈছোঁ আমি

অসমীয়া মাধ্যমত

আমাৰ ল'ৰাক নপঢ়ায়ো

মাতৃভাষা নুফুটে মুখত

ইংৰাজী ও নুফুটে মুখত

পাপা মাম্মী বুলি

মাতিলেহে ভাল পাওঁ

আই পিতাই নিশিকাও লাজত

বুলু অসমীয়া

ইতিহাস পঢ়িয়াই চা

ভুল নুবুজিবি মোক

নিজৰ সংস্কৃতিক

অমান্য নকৰিবি

নমাই দে পশ্চিমীয়া সোত

বুলু নিজৰ সংস্কৃতিক

অমান্য নকৰিবি

নমাই দে পশ্চিমীয়া সোত

লুইট খন ভৰিলে

বিষ মেটেকাৰে

পাৰত ভৰিলে জাবৰ

অ পশ্চিমৰ বতাহজাক

পূৱলৈ বলিচে

তাৰ জানো ৰাখিছ খৱৰ

(কথা,সুৰ, সংগীত

গণশিল্পী ৰাজীৱ শদিয়া)

শংকৰ মাধৱে

হৰি নামৰ বাণীৰে

জাতি টোক গঢ়ি থৈ গ'ল

বিষ্ণু জ্যোতি আৰু

ভূপেন মামা হতেও

নিজৰ ভাষাৰে

বহু কথাই কৈ গ'ল

হে ৰৌ অসমীয়া

আজি জাগিৱৰ হ'ল

পৰক নিদিৱি আয়

আনৰ সংস্কৃতিক

আদৰি থাকোতেই

ঘৰতেই হবি গৈ দাস

বুলু জাগ অসমীয়া

সময় থাকোঁতেই

নহ'লে ৰসাতলে যাৱ

অসম ৰসাতলে যাৱ

মই অসমীয়া বুলি

লুইটৰ পাৰত

জয় আই অসম

কোনে কৱ

জয় আই অসম

কোনে কৱ

কি ক'ব আৰু কোনে কৱ

জয় আই অসম

জয় আই অসম

জয় আই অসম

জয় আই অসম

(Mrinal Medhi Presentation)

المزيد من RAJIB SADIYA

عرض الجميعlogo

قد يعجبك