menu-iconlogo
huatong
huatong
avatar

এতিয়া মাথোঁ তোমাৰ আশাৰে

জুবিন গাৰ্গhuatong
𝄟✮͢🦋⃟≛⃝𝄟🅶🅾🅶🅾🅸✮⃝🎀huatong
লিরিক্স
রেকর্ডিং
Song Zubeen garg...

একেলগে বহুদিন কটালো

তুমি নকলেওঁ বুজিছিলো

তোমাৰ আহৱান

আৰু তুমি শুনিছিলা

মোৰ হিয়াৰ গান

উফ!

মৰমৰ কি উত্তাপ কি আকুলতা

শিহৰণত নীলা পৰিছিল

কম্পিত উঠঁ

এতিয়া তুমি দূৰৈত

ৰৈ আছোঁ দুৰৰ পৰা দুৰলৈ

জিৱনৰ বাবে গান

আৰু গানৰ বাবে তুমি

মনৰ গিটাৰ খনতো তুমিয়ে থাকা

সুৰ তুলি সুৰ তুলি

এতিয়া মাথোঁ তোমাৰ আশাৰে

ভাবোঁ নিতে মই এটি কথাকে

আতৰিলে ভূল তুমি আহিবা

জীৱনৰে গান পুনৰ জুৰিবা

এতিয়া মাথোঁ.....!

ফাগুন বনৰ সৰাপাতে মোক

সোঁৱৰাই জুই সনা মদাৰৰে হুক /2

জোনাকী পৰুৱা হৈ এন্ধাৰ ৰাতি

দিবানে দেখুৱাই পোহৰৰ গতি /2

মোৰ হিয়াকে, মোৰ জীৱনকে

নোপোৱাখিনি আশা হৈয়ে ৰল

হেৰুৱাখিনি আজি বেদনা হল

নোপোৱাখিনি আশা হৈয়ে ৰল

হেৰুৱাখিনি বেদনা হল

জপাত সচাদি সাচি ৰখা মোৰ

এধানি মৰমে আকুল কৰে /2

মোৰ হিয়াকে মোৰ জীৱনকে

এতিয়া মাথোঁ তোমাৰ আশাৰে

ভাবোঁ নিতে মই এটি কথাকে

এতিয়া মাথোঁ......!

জুবিন গাৰ্গ থেকে আরও

সব দেখুনlogo

আপনার পছন্দ হতে পারে