menu-iconlogo
huatong
huatong
avatar

Mur Xunjoni Babu

Babu Baruahhuatong
Chndn_ইন্দ্ৰধনু🌈huatong
লিরিক্স
রেকর্ডিং
কণ্ঠ - বাবু বৰুৱা

এলবাম - ৰ'দ

আপলোড - চন্দন তালুকদাৰ

Chndn_ইন্দ্ৰধনু?

ইন্দ্ৰধনু Family ID - 2162936

Ready ...

মোৰ সোনজনী আছো মই

দূৰতে অকলে নিৰৱে

হেৰাব নিদিবা

চেনেহবোৰ ৰাখিবা যতনে

হিয়াৰে মৰমে বিচাৰে

পাবলে' তোমাকে কাষতে

সোন কাষতে

বুকুৰ মাজতে

মোৰ সোনজনী আছো মই

দূৰতে অকলে নিৰৱে

হেৰাব নিদিবা

চেনেহবোৰ ৰাখিবা যতনে

হিয়াৰে মৰমে বিচাৰে

পাবলে' তোমাকে কাষতে

সোন কাষতে

বুকুৰ মাজতে

Music Interlude

(ইন্দ্ৰধনু)

Family ID - 2162936

Ready ...

নীলিম আকাশতে তৰা সিঁচি

আঁকি ললোঁ তোমাৰে ছবি

এ....... অ'.......

নীলিম আকাশতে তৰা সিঁচি

আঁকি ললোঁ তোমাৰে ছবি

মেঘৰ বৰণ যেন চুলিটাৰিত

কোনে দিলে সোন

কাজল সানি

মতলীয়া বতাহজাকে

কাণে কাণে আহি ক'লে

সোন তুমি মোৰ

মাথোঁ তুমি মোৰ

মোৰ সোনজনী আছো মই

দূৰতে অকলে নিৰৱে

হেৰাব নিদিবা

চেনেহবোৰ ৰাখিবা যতনে

হিয়াৰে মৰমে বিচাৰে

পাবলে' তোমাকে কাষতে

সোন কাষতে

বুকুৰ মাজতে

Music Interlude

(ইন্দ্ৰধনু)

Family ID - 2162936

Ready ...

দেৰে নানে না না না না × ৪

Short Music

তোমালৈ যেতিয়া মনত পৰে

গাঁওখনিলে' মনে উৰা মাৰে

এ....... অ'.......

তোমালৈ যেতিয়া মনত পৰে

গাঁওখনিলে' মনে উৰা মাৰে

অবুজ মনক বুজাব নোৱাৰো

উৰি আহে তোমাৰ কাষলে'

খিৰিকীৰে জুমি চাবা

পদূলিতে মোকে পাবা

জুমি চাবা

মোলে' বাট চাবা

মোৰ সোনজনী আছো মই

দূৰতে অকলে নিৰৱে

হেৰাব নিদিবা

চেনেহবোৰ ৰাখিবা যতনে

হিয়াৰে মৰমে বিচাৰে

পাবলে' তোমাকে কাষতে

সোন কাষতে

বুকুৰ মাজতে

দেৰে নানে নানা নানা × ১২

।। ধন্যবাদ ।।

Babu Baruah থেকে আরও

সব দেখুনlogo

আপনার পছন্দ হতে পারে