গীত:এইখনি গাও/Ye Chand Ka Roshan
কণ্ঠ:দ্বিপেন বৰুৱা আৰু মঃ ৰফি
Evergreen Classaic Mashup
Pt(D) for Dipen Baruah &
Pt(M) for Mohd Rafi
জয় আই অসম
Pt(D)=এইখনি গাঁও
বুকুৰ আপোন
ইয়াতে দেখোঁ
নতুন সপোন
কোনে জুমি চাই
জুৰিত দাপোণ
ফুলৰ পাতৰ
সাজোন-কাচোন
এই গাঁও
আপোন আপোন
এই গাঁও
নিচেই আপোন
এইখনি গাঁও
বুকুৰ আপোন
ইয়াতে দেখোঁ
নতুন সপোন
কোনে জুমি চাই
জুৰিত দাপোণ
ফুলৰ পাতৰ
সাজোন-কাচোন
এই গাঁও
আপোন আপোন
এই গাঁও
নিচেই আপোন ।
Pt(M)=Ye chaand saa
roshan cheharaa
Zulfon kaa rang suneharaa
Ye jheel see
neelee aankhein
Koyi raaz hain
in mein geheraa
Taa reef karu kyaa uski
Jis ne tumhein banaayaa
Taa reef karu kyaa uski
Jis ne tumhein banaayaa
Pt(D)=আগলি বাঁহত
বগলী নাচিছে,
আলফুলেকৈ কহুৱা হালিছে
আগলি বাঁহত
বগলী নাচিছে,
আলফুলেকৈ কহুৱা হালিছে
মুখে মুখে হাঁহি দেখোন,
মুখে মুখে হাঁহি দেখোন
Pt(M)=Ek cheez kayaamat bhi hai
Logon se sunaa karate the
Tumhe dekh ke maine maanaa
Wo theek kahaa karate the
Wo theek kahaa karate the
Ye chaand saa
roshan cheharaa
Zulfon kaa rang suneharaa
Ye jheel see
neelee aankhein
Koyi raaz hain
in mein geheraa
Taa reef karu kyaa uski
Jis ne tumhein banaayaa
Taa reef karu kyaa uski
Jis ne tumhein banaayaa
Pt(D)=সৰু বৰ নাই
ই গাঁৱত সমুলি !
উলাহত হও
উদুলি মুদুলি
সৰু বৰ নাই
ই গাঁৱত সমুলি !
উলাহত হও
উদুলি মুদুলি
চেনেহৰ এই বান্ধোন !
চেনেহৰ এই বান্ধোন…
ফুলৰ পাতৰ
সাজোন কাচোন !
এই গাঁও আপোন আপোন
এই গাঁও নিচেই আপোন ৷
Pt(M)=Taa reef karu kyaa uski
Jis ne tumhein banaayaa
Pt(D)=এই গাঁও
আপোন আপোন
এই গাঁও
নিচেই আপোন ।
~~~~~~~~•••
Pt(D)=এই গাঁও
আপোন আপোন
এই গাঁও
নিচেই আপোন ।
ধন্যবাদ সহকাৰে