️BB Presents ️
Rabha Sangeet
Sonar Soleng
Track Customize
আজলি ছোৱালী নানা ফুলে তুলি
আনিলো আচল ভৰাই।
আজলি ছোৱালী নানা ফুলে তুলি
আনিলো আচল ভৰাই।
আজলি ছোৱালী নানা ফুলে তুলি
আনিলো আচল ভৰাই।
Music
সজাই ফুলেৰে অতি য'তনেৰে
বৰালো বৰণ শৰাই।
সজাই ফুলেৰে অতি য'তনেৰে
বৰালো বৰণ শৰাই।
আজলি ছোৱালী নানা ফুলে তুলি
আনিলো আচল ভৰাই।
আজলি ছোৱালী নানা ফুলে তুলি
আনিলো আচল ভৰাই।
Music
মলয়া এছাটিয়ে আহে জাকি মাৰি
উলাহত নাচি নাচি যাই।
মলয়া এছাটিয়ে আহে জাকি মাৰি
উলাহত নাচি নাচি যাই।
কুলি কেতেকীয়ে বিৰিষে বিৰিষে
কুলি কেতেকীয়ে বিৰিষে বিৰিষে
উলাহত গীত গাই যায়।
আজলি ছোৱালী নানা ফুলে তুলি
আনিলো আচল ভৰাই।
আজলি ছোৱালী নানা ফুলে তুলি
আনিলো আচল ভৰাই।
Music
সজান ফুলেৰে অতি যতনেৰে
বৰালো বৰণ শৰাই
সজান ফুলেৰে অতি যতনেৰে
বৰালো বৰণ শৰাই
আজলি ছোৱালী নানা ফুলে তুলি
আনিলো আচল ভৰাই।
আজলি ছোৱালী নানা ফুলে তুলি
আনিলো আচল ভৰাই…
আনিলো আচল ভৰাই…
আনিলো আচল ভৰাই…
আনিলো আচল ভৰাই।
Thanks
️Regards️
️ ️