মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তুনা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা
স্মৃতিবোৰে যদি প্ৰশ্ন কৰে
পাৰিবানে উত্তৰ লিখিবলে
তুমি কিয় এনে কৰিলা
এৰা খুতি এৰা দি এৰিলা
মোৰ কথায়ে আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তুনা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা
?????????
K.J Roy