menu-iconlogo
huatong
huatong
avatar

Kajol Tumi Nubujane

Krishna Kumar Konnath(KK)huatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
লিরিক্স
রেকর্ডিং
গীত : কাজল তুমি নুবুজানে

এলবাম : মন

কণ্ঠ : কৃষ্ণকুমাৰ কণ্ণথ(KK)

সংগীত : অনুপম শইকীয়া

জয় আই অসম

কাজল তুমি নুবুজানে

মোৰ নয়নৰ কথা

কাজল তুমি নাভাবানে

মোৰ দুচকুৰ বেথা

তোমাৰেই ৰঙেৰেই

মোৰো মন ৰঙে ভৰা

নিয়ৰৰ টোপাল যেন

তোমাৰ দুচকু ভৰা

ষ্টাৰমেকাৰ আপলোড : BIJIT_শিৱসাগৰীয়া

দুচকুত ভাঁহে কাজল

ভাবনায়ো কই কাজল

সপোনতো যে দেখো কাজল

দিঠকত ফুলিবানে কাজল

দুচকুত ভাঁহে কাজল

ভাবনায়ো কই কাজল

সপোনতো যে দেখো কাজল

দিঠকত ফুলিবানে কাজল

কবিতাৰ উমেৰে মই

তোমাক লম সাৱটি

জীৱনক দিম মধুৰ হাঁহি

দুচকুতে ৰহন আঁকি

দুচকুতে ৰহন আঁকি

ট্ৰেক অনুৰোধ : জয়ন্ত_Jit_সোনোৱাল

উশাহতো যে কাজল

বতাহতো যে কাজল

সৰা পাততো যে কাজল

ধুমুহাহৈ নাহিবা কাজল

উশাহতো যে কাজল

বতাহতো যে কাজল

সৰা পাততো যে কাজল

ধুমুহাহৈ নাহিবা কাজল

বৰষা টোপালেৰে

নমছিবা কাজলখিনি

জীৱনৰ এই মধুৰ হাঁহি

দুচকুৰে ৰহনখিনি

দুচকুৰে ৰহনখিনি

কাজল তুমি নুবুজানে

মোৰ নয়নৰ কথা

কাজল তুমি নাভাবানে

মোৰ দুচকুৰ বেথা

তোমাৰেই ৰঙেৰেই

মোৰো মন ৰঙে ভৰা

নিয়ৰৰ টোপাল যেন

তোমাৰ দুচকু ভৰা

~~~~~~~ ~~~~~~

মোৰ নয়নৰ কথা

~~~~~~~ ~~~~~~

মোৰ দুচকুৰ বেথা

Krishna Kumar Konnath(KK) থেকে আরও

সব দেখুনlogo

আপনার পছন্দ হতে পারে