Vocal - কৃষ্ণমনি নাথ
Track upload
দেৱজিৎ নাথ মাজুলী
তই ঘপৰাই দিলি মৰম লগাই
ৰূপহী চকুৰে চাই
বুকৰ মাজেৰে নিলি চেনেহৰে
কলং কপিলি বোৱাই
ৰাংধালি মন পাৰিলে বান্ধিবি
দেকা মই ভৰ যৌৱনৰ
দুটি মন পিছলি খোপনি হেৰালে
সমাজে পাব খবৰ
গুজি গোমৰি তই বুকুত সোমালে
মন গড়া খহি যাব পলকতে
নলবি আৰু ৰং দুগাল বোলাই
মোকে আধা পগলা কৰাই
তই ঘপৰাই দিলি মৰম লগাই
ৰূপহী চকুৰে চাই
বুকুৰ মাজেৰে নিলি চেনেহৰে
কলং কপিলি বোৱাই
Follow
দেৱজিৎ নাথ মাজুলী
তই চাগে আজিৰ পৰাই
কাঢ়িবি তোপনি ৰাতি ঘনাই
তই চাগে আজিৰ পৰাই
কাঢ়িবি তোপনি ৰাতি ঘনাই
ভাবিছো কেনেকৈ কটামে ৰাতি বোৰ
বিচনাতে নো বাগৰ সলাই
মনতে হেচি হেচি
ক'ত ৰাখিম নো ভাবনাবোৰ
কতে লুকুৱাম আজি,,
তই ঘপৰাই দিলি মৰম লগাই
ৰূপহী চকুৰে চাই
বুকুৰ মাজেৰে নিলি চেনেহৰে
কলং কপিলি বোৱাই
Follow
দেৱজিৎ নাথ মাজুলী
আজি কালি আকলে নোৱাৰো
পাৰ নহয় যেন সময় বোৰো
আজি কালি আকলে নোৱাৰো
পাৰ নহয় যেন সময় বোৰো
দুচকুৰ আগতে উঠুতে বহোতে
দেখি থাকো মাথোঁ মই যে তোক
ভাৱনাৰ সাগৰতে
কিমান থাকিম নো সাতুৰি অকলে
কাকেনো বুজাম আজি
তই ঘপৰাই দিলি মৰম লগাই
ৰূপহী চকুৰে চাই
বুকুৰ মাজেৰে নিলি চেনেহৰে
কলং কপিলি বোৱাই
ৰাংধালি মন পাৰিলে বান্ধিবি
দেকা মই ভৰ যৌৱনৰ
দুটি মন পিছলি খোপনি হেৰালে
সমাজে পাব খবৰ
ধন্যবাদ,,,