কণ্ঠশিল্পী- নমিতা ভট্টাচাৰ্য্য
Upload দেৱজিৎ-নাথ-মাজুলী
লাজ লাজ লাজ ভন্টি
নকৰিবা আমালৈ
লাজ লাজ লাজ ভন্টি
তোমাৰ আমাৰ একেটি
জাত জাত জাত ভন্টি
কিনো তোমাৰ অমাতৰ
মাত মাত মাত ভন্টি
নকৰিবা আমালৈ লাজ,।
এ ভন্টি ঢোলেটি বাবলৈ,
&-&
এ ভন্টি তিনিটি আঙুলি,
&-&
এ ভন্টি মাজৰটিনো আঙুলি
এ লৰে ভন্টি নাচ নাচ নাচ ভন্তি
নকৰিবা আমালৈ লাজ
এ ভন্টি বহা তাঁতৰ পাটত
&-&
এ ভন্টি চকু আলিবাটত,,
&-&
এ ভন্টি মাঁকো সৰি সৰি
এ পৰে ভন্টি চা আমালৈ
চা ভন্টি নকৰিবা আমালৈ লাজ,।।
ট্ৰেক-অনুৰোধ Sewali-Nath-জেউতি
Family ID 799036
এ ভন্টি আঠিয়া কলৰে,,
&-&
এ ভন্টি পাতে নেকাটিবা,
&-&
এ ভন্টি চিটিকিনো পৰিব
এঠা ভন্টি আহ কাষলৈ
আহ ভন্টি নকৰিবা আমালৈ লাজ
এ ভন্টি লোককে দেখুৱাই,,
&-&
এ ভন্টি কেটেৰা মাৰিবা,,
&-&
এ ভন্টি ভিতৰিনো নেৰিবা
এ বেঠা ভন্টি মাত লাহেকৈ
মাত ভন্টি কিনো তোমাৰ অমাতৰ
মাত মাত মাত ভন্টি
নকৰিবা আমালৈ লাজ,।
&-ধন্যবাদেৰে-দেৱজিৎ-&