অ ৰেণু বজায় বেণু শ্ৰীকৃষ্ণ হম
যদি তই মীৰা মই কৃষ্ণ দুৰে দুৰে ৰম
অ ৰেণু বজায় বেণু শ্ৰীকৃষ্ণ হম
যদি তই মীৰা মই কৃষ্ণ দুৰে দুৰেই ৰম
এ ৰাধা হবিনে ক ?
মীৰা হবিনে ক ?
ৰাধা হবিনে মীৰা হবিনে
এতিয়াই খুলি ক ?
এতিয়াই খুলি ক তই
চূনৰ দাম কমিলত এ নবৌ চাধা খাবলৈ শিকিলোং
চাধা খাবলৈ শিকিলোং
আৰু শিকিলোং ৰহি সাজপানী
এ সোনৰ দাম বাঢ়িলত এ নবৌ
বিয়াৰ আশা মই এৰিলোং
বিয়াৰ আশা মই এৰিলোং
আৰু নকৰোং দেহা মনৰ হানি
আয়ৈ মই হলোং দুখীয়া
মতা মহ ৰখীয়া
মই হলোং দুখীয়া
এ গৰুগাড়ী ৰখিয়া
হায়ৈ মই হলে,মই হলে,মই হলে মই হলে এ জাতিৰ
মই হলে এজাতিৰ লৰাহ