menu-iconlogo
logo

Roopkonwaror Jiyori

logo
avatar
Nilakshi Neoglogo
꧁ßðrå.ꀘ꧂সন্ধ্যাৰাগ♏🎻logo
অ্যাপে গান গাও
লিরিক্স
Roopkonwaror Jiyori

মন চেঙেলীয়া হয় তোকে দেখি ঐ

ঘন উসাহতে বয় মৰমৰে নৈ

তোৰে মোৰে কাহিনীটো লৈ

চৰাই মৰে ৰৈ মানুহ মৰে কৈ

ময়ো মৰিম তোলৈকে ৰৈ সঁচাকৈ

চৰাই মৰে ৰৈ মানুহ মৰে কৈ

ময়ো মৰিম তোলৈকে ৰৈ

Music.....

ৰূপকোঁৱৰৰ জীয়ৰী

নিলাক্ষী নেওগ

ৰূপকোঁৱৰৰ জীয়ৰী মই জান' নে তই ক'

ৰূপে গুণে মুহিবলে কিনো আছে ক' ?

হেপাঁহৰ আখৰকে আদৰি ল'

মৰমৰ চিয়াঁহীৰে লিখি যাম ন'

তোৰে মোৰে কাহিনীটো লৈ

চৰাই মৰে ৰৈ মানুহ মৰে কৈ

ময়ো মৰিম তোলৈকে ৰৈ সঁচাকৈ

চৰাই মৰে ৰৈ মানুহ মৰে কৈ

ময়ো মৰিম তোলৈকে ৰৈ

সন্ধ্যাৰাগ ষ্টুডিঅ

Track upload

Kaliabor/ Nagaon

(Support assames song)

ৰাজ কাৰেঙতো বিচৰা নাই তয়ো জানি থ'

তোৰ দুবাহুতে জিৰাবলে মৰি আছো ন'

কথাৰে নক'লেও বুজি পাম ন'

বুকুৰে মাজতে মোক সাৱতি ল'

তোৰে মোৰে কাহিনীটো লৈ

চৰাই মৰে ৰৈ মানুহ মৰে কৈ

ময়ো মৰিম তোলৈকে ৰৈ সঁচাকৈ

চৰাই মৰে ৰৈ মানুহ মৰে কৈ

ময়ো মৰিম তোলৈকে ৰৈ।

By Borah Kaliabor

Thanks & Support

Nilakshi Neog-এর Roopkonwaror Jiyori - লিরিক্স এবং কভার