menu-iconlogo
logo

Toi Mure Koliza

logo
avatar
Nilakshi Neoglogo
BIJIT_শিৱসাগৰীয়া💢🎸logo
অ্যাপে গান গাও
লিরিক্স
গীত : তই মোৰ কলিজা

কণ্ঠ : নিলাক্ষী নেওগ

কথা,সুৰ : ৰেকিবুল

সংগীত : পলাশ গগৈ

জয় আই অসম

মৰম তই নিদিলেও

তই মোৰেহে কলিজা

মৰম তই নললেও

তই মোৰেহে কলিজা

~~

মৰম তই নিদিলেও

তই মোৰেহে কলিজা

মৰম তই নললেও

তই মোৰেহে কলিজা

মোক নামাতিলেও

তই মোৰেহে কলিজা

মোক নাচালেও

তই মোৰহে কলিজা

হায় ঐ বুকুত

মৰম জাঁজী নৈ

তোলৈ জান

যাব খোজে বৈ

আঁহোতে লৰা বহু আহিছে

তথাপি মনে তোকে ভাবিছে

উঠোতে লৰাৰ উজান উঠিছে

তথাপি মনে তোকে ভাবিছে

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

জোনৰে,জোনাকে

আঁকিছে দুয়োৰে ছবি

হিয়াৰে,হিয়াকে

কেতিয়া আদৰি লবি

••~~~~

অ জোনৰে,জোনাকে

আঁকিছে দুয়োৰে ছবি

হিয়াৰে,হিয়াকে

কেতিয়া আদৰি লবি

হায় ঐ বুকুত

মৰম জাঁজী নৈ

তোলৈ জান

যাব খোজে বৈ

আঁহোতে লৰা বহু আহিছে

তথাপি মনে তোকে ভাবিছে

উঠোতে লৰাৰ উজান উঠিছে

তথাপি মনে তোকে ভাবিছে

ট্ৰেক অনুৰোধ : Karabi AlinGHY G.G

আলেঙে আলেঙে

নৰবি হিয়া মোৰ জ্বলে

ওচৰে পাজৰে

থাকিবি কলিজা দোলে

•••~~~~

আলেঙে আলেঙে

নৰবি হিয়া মোৰ জ্বলে

ওচৰে পাজৰে

থাকিবি কলিজা দোলে

হায় ঐ বুকুত

মৰম জাঁজী নৈ

তোলৈ জান

যাব খোজে বৈ

আঁহোতে লৰা বহু আহিছে

তথাপি মনে তোকে ভাবিছে

উঠোতে লৰাৰ উজান উঠিছে

তথাপি মনে তোকে ভাবিছে

ধন্যবাদ সহকাৰে

Nilakshi Neog-এর Toi Mure Koliza - লিরিক্স এবং কভার