menu-iconlogo
huatong
huatong
avatar

HQ-অসম ৰতন নীলকান্ত নন্দন

Vidya Sagarhuatong
লিরিক্স
রেকর্ডিং
বিশ্ব বন্ধিত

ক্ষাতিৰে সমুজ্জ্বল

অসমীয়াৰ হৃদয়ৰ স্পন্দন

অসম গৌৰৱ

ড: ভূপেন হাজৰিকা দেৱলৈ

শ্ৰদ্ধা জ্ঞাপন কৰি

কবি গীতিকাৰ

ধ্ৰুৱজৌতি ৰাজখোৱাই

এই গীতটি ৰচনা কৰিছে

আৰু মই বিদ্যাসাগৰে

সুৰেৰে সজাই

পৰিবেশন কৰাৰ

প্ৰয়াস কৰিছো -

আমাৰ এই প্ৰয়াসক

তেখেতলৈ থকা

অশ্ৰুশিক্ত আকুলতা বুলি

গ্ৰহণ কৰিবলৈ

শ্ৰোতাক অনুৰোধ জনালো

******

অসম ৰতন

নীলকান্ত নন্দন

সুধাকণ্ঠ তুমি

বিশ্ব বৰণ্যম

অসম ৰতন

নীলকান্ত নন্দন

সুধাকণ্ঠ তুমি

বিশ্ব বৰণ্যম

মাতৃ শান্তিপ্ৰিয়া

মুহিলা সবাৰো হিয়া

চৌদিশে আজি

তোমাৰে বন্দন

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

প্ৰণাম কৰি গুৰু

শংকৰ মাধৱক

খোজ দিলা মণিষাৰ

জোনাকী বাটেৰে

শুণ শুণ ৰে সুৰ

বৈৰি প্ৰমানা

নিশাচৰ নাশ নিদানা

সমাজ চেতনাৰ

গীত ৰচি গলা

তোমাৰ সাহসী

সুৰ কণ্ঠৰে

চিঞৰি চিঞৰি কলা

বুঢা লুইতক

পতন নকৰি

কৰিবা গোসন

বুঢ়া লুইত তুমি

বুঢ়া লুইত তুমি

বুঢ়া লুইত বোৱা কিয়

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

মাটিৰ কৃষ্টি

মাটিৰ সৃষ্টি

পাহাৰ ভৈয়ামৰ

সোণালী ইতিহাস

*****

কণ্ঠ শোণিতেৰে

বিশ্বক জনালা

বিছাৰি তাৰ

সুস্থ বিকাশ

লুইটিসুৰৰ সতে

এমচি সুৰ সানি

সুৰৰ কৰণীত

বুলালা ৰহণ

সুধাকণ্ঠ তুমি

বিশ্ব বৰণ্যম

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

নিৰলস সাধনাৰে

গৌৰৱ বুটলি আনি

আজলি ভৰাই দিলা

আই অসমীৰ

কলমে কণ্ঠেৰে

প্ৰমাণ কৰি দিলা

সফল পথ যাত্ৰী

বিষ্ণু জৌতিৰ

দেশ জননীৰ

এতিয়া কোলাবাহণ

দিৱই লাগিছিল

তোমাক ভাৰত ৰতন

হবই লাগিছিল তুমি

ভাৰত ৰতন

অসম ৰতন

নীলকান্ত নন্দন

সুধাকণ্ঠ তুমি

বিশ্ব বৰণ্যম

অসম ৰতন

নীলকান্ত নন্দন

সুধাকণ্ঠ তুমি

বিশ্ব বৰণ্যম

মাতৃ শান্তিপ্ৰিয়া

মুহিলা সবাৰো হিয়া

চৌদিশে আজি

তোমাৰে বন্দন

Vidya Sagar থেকে আরও

সব দেখুনlogo

আপনার পছন্দ হতে পারে