menu-iconlogo
huatong
huatong
avatar

Saat Ghator Sengeli

Anju Panchihuatong
shevron7huatong
Liedtext
Aufnahmen
সাতঘাটৰ চেঙেলী বুলি তই জানো জাননে মই

পাছফালৰ দুৱাৰেদি পলুৱাই নিবি চাগে মোক তই

সাতঘাটৰ চেঙেলী বুলি তই জানো জাননে মই

পাছফালৰ দুৱাৰেদি পলুৱাই নিবি চাগে মোক তই

মোৰে লগৰ সকলোৱে তোলৈ মেলে মন

তাকে ভাবি মনে মনে উঠে মোৰে খং

মোৰে লগৰ সকলোৱে তোলৈ মেলে মন

তাকে ভাবি মনে মনে উঠে মোৰে খং

ভয় লাগে মোৰ জান ঐ

ভালপাওঁ বুলি ঘপককৈ

তোক মৰমকণ দিবলৈ

মই থাকোতে জান ঐ

চকু নিদিবি আনলৈ

দিলে মৰিজাম সঁচাকৈ

মোকে কাষত ৰাখিবি তই তোৰে নো হৈ যাম

মৰমেৰে সাৱটি তোক চেনেহ চুমা খাম

মোকে কাষত ৰাখিবি তই তোৰে নো হৈ যাম

মৰমেৰে সাৱটি তোক চেনেহ চুমা খাম

অ মৰম তিনিটি আখৰে

মোৰ মৰম তোৰে নাম লিখিলোঁ

অ মৰম বহুতৰ মাজতে

মোৰ মৰম তোকে বাছি ল'লো

মোৰে লগৰ সকলোৱে তোলৈ মেলে মন

তাকে ভাবি মনে মনে উঠে মোৰে খং

মোৰে লগৰ সকলোৱে তোলৈ মেলে মন

তাকে ভাবি মনে মনে উঠে মোৰে খং

সাতঘাটৰ চেঙেলী বুলি তই জানো জাননে মই

পাছফালৰ দুৱাৰেদি পলুৱাই নিবি চাগে মোক তই

সাতঘাটৰ চেঙেলী বুলি তই জানো জাননে মই

পাছফালৰ দুৱাৰেদি পলুৱাই নিবি চাগে মোক তই

সাতঘাটৰ চেঙেলী...

Mehr von Anju Panchi

Alle sehenlogo

Das könnte dir gefallen