menu-iconlogo
huatong
huatong
avatar

Keni Herale

Babu Baruahhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Liedtext
Aufnahmen
Song : Keni Herale

Artist : Babu Baruah

Assamese modern song

Joi Aai Axom

কেনি হেৰালে কেনি হেৰালে

হিয়া খনি মোৰ কোনে নিলে

ঔ শান্ত স্নিগ্ধ মন আচলত

কাৰ মৰমে ঢৌ তোলে

জাকি মাৰি সপোন পখী

ফাগুন সানি উৰিলেহি

সেউজী সেউজী

মাথো সেউজী

জীবন আজি সোনোৱালী

অই কেনি হেৰালে কেনি হেৰালে

হিয়া খনি মোৰ কোনে নিলে

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

কোনে বান্ধৈ বুকুৰ বান্ধৈ

জীবন ঘাটত ৰল

মন ময়ুৰী চালি ধৰি

হিয়াৰ আপোন হল

~~~~~~~ ¥

কোনে বান্ধৈ বুকুৰ বান্ধৈ

জীবন ঘাটত ৰল

মন ময়ুৰী চালি ধৰি

হিয়াৰ আপোন হল

অই জীবন মৌবন

আজিও জ্বলে

কাৰ পৰশে মন ডোলে

কেনি হেৰালে কেনি হেৰালে

হিয়া খনি মোৰ কোনে নিলে

ট্ৰেক অনুৰোধ : DhurbaJyoti

আকাশ আকাশ বেথাৰ আকাশ

শুকান সৰা পাত

কোন বসন্তৰ সেউজ বিননীত

তাতেই সুপ্ৰভাত

~~~~~~~~ ¥

আকাশ আকাশ বেথাৰ আকাশ

শুকান সৰা পাত

কোন বসন্তৰ সেউজ বিননীত

তাতেই সুপ্ৰভাত

অই জীবন পথত ফুলৰ মেলা

কোনে আহি মোক পাতি দিলে

কেনি হেৰালে কেনি হেৰালে

হিয়া খনি মোৰ কোনে নিলে

ঔ শান্ত স্নিগ্ধ মন আচলত

কাৰ মৰমে ঢৌ তোলে

জাকি মাৰি সপোন পখী

ফাগুন সানি উৰিলেহি

সেউজী সেউজী

মাথো সেউজী

জীবন আজি সোনোৱালী

অই কেনি হেৰালে কেনি হেৰালে

হিয়া খনি মোৰ কোনে নিলে

ধন্যবাদ সহকাৰে : বিজিত

Mehr von Babu Baruah

Alle sehenlogo

Das könnte dir gefallen