menu-iconlogo
huatong
huatong
avatar

Xuno Xuno Re Xuro

Borgeethuatong
Mrinal-Medhi🙋🙋🙋huatong
Liedtext
Aufnahmen
শুন শুন ৰে সুৰ

বিৰচিত- মহাপুৰুষ শঙ্কৰদেৱ

ৰাগ- আশোৱাৰী

তাল- পতপৰিতাল

ধ্ৰুং।। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা

নিশাচৰ নাশ নিদানা ।

শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা

নিশাচৰ নাশ নিদানা ।

ৰাম নাম যম সমৰক সাজিয়ে২

সমদলে কয়লি পয়ানা।।

শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা

নিশাচৰ নাশ নিদানা ।

পদ।। ঠাট প্ৰকট পটু কৌটি কৌটি কপি

গিৰি গড়গড় পদঘাৱে।

ঠাট প্ৰকট পটু কৌটি কৌটি কপি

গিৰি গড়গড় পদঘাৱে।

বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি

ধৰি ধৰি সমৰক ধাৱে।।

হাট ঘাট বহু বাট বিয়াপি

চৌগড়ে বেঢ়লি লঙ্কা।

হাট ঘাট বহু বাট বিয়াপি

চৌগড়ে বেঢ়লি লঙ্কা।

গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জ্জন

শ্ৰৱণে জনময় শঙ্কা।।

ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ

ৰাৱণ তুৱা পৰি ঝাম্পে।

ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ

ৰাৱণ তুৱা পৰি ঝাম্পে।

সুৰ নৰ কিন্নৰ ফণধৰ থৰথৰ

মহীধৰ তৰসি প্ৰকম্পে।।

অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ

জানকী শিৰত চড়াই।

অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ

জানকী শিৰত চড়াই।

ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ

শঙ্কৰ কহতু উপায়।।

শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা

নিশাচৰ নাশ নিদানা ।

নিশাচৰ নাশ নিদানা । ২

ধন্যবাদ

Mehr von Borgeet

Alle sehenlogo

Das könnte dir gefallen