menu-iconlogo
huatong
huatong
avatar

Rosoki Posoki

Dipanwita Deka/Anshuraj Kashyaphuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Liedtext
Aufnahmen
গীত:ৰচকী পচকী

কণ্ঠ:দীপান্বিতা ডেকা,অংশুৰাজ কোঁৱৰ

কথা,সুৰ:অংশুৰাজ কোঁৱৰ

সংগীত:অনুপম কোঁৱৰ

জয় আই অসম

f/কাৱৈ টিলিকা চেপাটে লাগে

সৰকি সৰকি

তোৰ প্ৰেমতে মন পাগলী

ৰচকী পচকী

~~~~~~~~~~~~••••

কাৱৈ টিলিকা চেপাটে লাগে

সৰকি সৰকি

তোৰ প্ৰেমতে মন পাগলী

ৰচকী পচকী

জাননে গছতে কুলি

লগাই মাত

শুনিলে দেহা পৰে শাত

মই নহলে জান বুলিনো

মাতিবি কাক

খিটিক খিটিককৈ বলে তাত

মৰমকন জাগে কলিজাত

ফুলামকৈ বিহুৱান পিন্ধাই

দিম গাত

খিটিক খিটিককৈ বলে তাত

মৰমকন জাগে কলিজাত

ফুলামকৈ বিহুৱান পিন্ধাই

দিম গাত

m/ঐ আমাৰে নাচনী

ৰঙতে গাতে নাই তৰনি

লাহৰি হাততে জেতুকা

ৰঙাকৈ বুলাবি

বিহুতলি শুৱনি

বিহুতলি শুৱনি কৰি

f/হলেও হব চাকৰি

নাখাবি হাবাথুৰি

কোনো কথা নাই

ঐ আজিকালি,সৰুকৈ চৰকাৰী

বহুতো সা-সুবিধা পাই

কথাতে আছে নহলে ভাল

এশ গৰু নাবাই হাল

ভাবি থোৱা তই কথাটি নহয়

আকাশ পাতাল

খিটিক খিটিককৈ বলে তাত

মৰমকন জাগে কলিজাত

ফুলামকৈ বিহুৱান পিন্ধাই

দিম গাত ঐ

খিটিক খিটিককৈ বলে তাত

মৰমকন জাগে কলিজাত

ফুলামকৈ বিহুৱান পিন্ধাই

দিম গাত

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

m/ঐ বুকুতে লগাকৈ

কলিজা কঁপাকৈ

তেনেকৈ নকবি,তেনেকৈ নকবি

জান !

f/ঐ ঈশ্বৰে দিলেহে দিয়া~~

হব তোৰে মোৰে বিয়া~~

তই জাননে তই জান

নহয় বেছি টান

দেৰি নকৰিবি চতৰে শেষতে

পলাই গুছি যাম

খিটিক খিটিককৈ বলে তাত

মৰমকন জাগে কলিজাত

ফুলামকৈ বিহুৱান পিন্ধাই

দিম গাত ঐ

খিটিক খিটিককৈ বলে তাত

মৰমকন জাগে কলিজাত

ফুলামকৈ বিহুৱান পিন্ধাই

দিম গাত

ধন্যবাদ সহকাৰে !

Mehr von Dipanwita Deka/Anshuraj Kashyap

Alle sehenlogo

Das könnte dir gefallen