Aapun tumi hobane
Assamese modern song
Artist: Dr. Anima Choudhury
Lyrics Tune: Mrinal Kr. Choudhury
Vocal removal Lyrics arrangement:
Support Assamese Songs
আপোন তুমি হ’বানে বাৰু
মোৰ চিৰকালৰ
প্ৰতিশ্ৰুতি ৰাখিবানে বাৰু
সঁচাকৈয়ে প্ৰণয়ৰ
মোৰ প্ৰথম প্ৰণয়ৰ
আপোন তুমি হ’বানে বাৰু
মোৰ চিৰকালৰ
প্ৰতিশ্ৰুতি ৰাখিবানে বাৰু
সঁচাকৈয়ে প্ৰণয়ৰ
মোৰ প্ৰথম প্ৰণয়ৰ
তোমাৰ প্ৰতীক্ষাৰে জীৱন
মোৰ বাবে মাথো এটি ক্ষণ
বাটচোৱাৰ হেজাৰ জীৱন
মোৰ আছে মন আছে পণ
তোমাৰ প্ৰতীক্ষাৰে জীৱন
মোৰ বাবে মাথো এটি ক্ষণ
বাটচোৱাৰ হেজাৰ জীৱন
মোৰ আছে মন আছে পণ
হ’মনে পথিক তুমি আৰু মই
একেটি জীৱন পথৰ?
আপোন তুমি হ’বানে বাৰু
মোৰ চিৰকালৰ
প্ৰতিশ্ৰুতি ৰাখিবানে বাৰু
সঁচাকৈয়ে প্ৰণয়ৰ
মোৰ প্ৰথম প্ৰণয়ৰ
সঁহাৰি তুমি বাৰু দিবানে
তুলি ধৰি সজল নয়ন
ভালপোৱা আৰু কথা দিয়া
ভাব হয় যেন প্ৰহসন
সঁহাৰি তুমি বাৰু দিবানে
তুলি ধৰি সজল নয়ন
ভালপোৱা আৰু কথা দিয়া
ভাব হয় যেন প্ৰহসন
হ’বনে আপোন আমাৰ সপোন
নতুন সোণালী দিনৰ?
আপোন তুমি হ’বানে বাৰু
মোৰ চিৰকালৰ
প্ৰতিশ্ৰুতি ৰাখিবানে বাৰু
সঁচাকৈয়ে প্ৰণয়ৰ
মোৰ প্ৰথম প্ৰণয়ৰ
আপোন তুমি হ’বানে বাৰু
মোৰ চিৰকালৰ
জয় আই অসম
Thank You!