গীত : সোন কেনে আছা ক'বানে
কণ্ঠ : কৃষ্ণমণি নাথ
এলবাম : বতাহ
সংগীত : অভিজিত বৰ্মন
জয় আই অসম
সোন কেনে আছা ক'বানে ?
•••
সোন কেনে আছা ক'বানে ?
বোলো,সোন কেনে আছা ক'বানে ?
অকলে নিজানে অকলে
নিলগে অকলে অকলে
সোন কেনে আছা ক'বানে ?
সোন কেনে আছা ক'বানে ?
ট্ৰেক আপলোড = BIJIT_শিৱসাগৰীয়া
আজিও অকনমান আহৰি পাই
পদূলী মুখলে আহা নে নাই
তোমাৰে মেঘালী চুলিটাৰিক
বতাহে আমনি কৰেনে নাই ?
একেদৰেই বাৰু আছেনে নাই ?
বুকুৱে সৰকা হাঁহিটি হায় !
আবেলি গধূলী পাহৰাই
সোন কেনে আছা ক'বানে ?
সোন কেনে আছা ক'বানে ?
মোৰ,সোন কেনে আছা ক'বানে ?
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
নকলো সেইবাবেই নিদিলা নাই
হিয়াৰে ঠিকনা বুকুতে হায় !
সঁচাই বাৰু বুজিছিলানে নাই
চকুৰে কবিতা চকুলে চাই
ৰাতিৰে আকাশত বেলি নোলায়
জানিলো আৰতে জোনলে চাই
আহিলো আঁতৰি অসহায়
সোন কেনে আছা ক'বানে ?
সোন কেনে আছা ক'বানে ?
বোলো,সোন কেনে আছা ক'বানে ?
অকলে নিজানে অকলে
নিলগে অকলে অকলে
সোন কেনে আছা ক'বানে ?
সোন কেনে আছা ক'বানে ?
Happy Singing (´°̥̥̥̥̥̥̥̥ω°̥̥̥̥̥̥̥̥`)