গীত : নাম দিলো তোমাক লাজুকীতগৰ 
কণ্ঠ : চেমচন ইংতি 
এলবাম : বৰদৈচিলা 
সংগীত ব্যৱস্থাপনা : অভিজিত বৰ্মন 
জয় আই অসম 
নাম দিলো তোমাক 
লাজুকী তগৰ 
এই বিহুৰে তলিতে 
জানো"মই তোমাৰ 
নেলাগে জগৰ 
এই নামেৰে মাতিলে 
মিঠা হাঁহিটিৰে 
বেকা চাৱনিৰে 
মিঠা হাঁহিটিৰে 
বেকা চাৱনিৰে 
কিনো মোহনীয়া অ অ ঐ 
~~~~~~~¥ 
অ লাজুকী তগৰ 
তোমাক চাই নেলাগে ভাগৰ 
অ লাজুকী তগৰ 
তোমাক চাই নেলাগে ভাগৰ 
দেহা মোৰ কৰে ৰাইজাই অ 
দেহা মোৰ কৰে ৰাইজাই 
হেই নাম দিলো তোমাক 
লাজুকী তগৰ 
এই বিহুৰে তলিতে 
জানো"মই তোমাৰ 
নেলাগে জগৰ 
এই নামেৰে মাতিলে 
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া 
ডিঙিত গলেপতা,কাণতে পিন্ধিছা 
কেৰু নো মিনাকৰা 
আটি আটি পিন্ধা মুগাৰে সাজ 
কঁকাল নো খামুচীয়া 
ঢোলৰ চেৱে চেৱে 
কঁকালটি ভাঙিলে 
ঢোলৰ চেৱে চেৱে 
কঁকালটি ভাঙিলে 
কিনো মোহনীয়া অ অ ঐ 
~~~~~~~~¥¥ 
অ লাজুকী তগৰ 
তোমাক চাই নেলাগে ভাগৰ 
অ লাজুকী তগৰ 
তোমাক চাই নেলাগে ভাগৰ 
দেহা মোৰ কৰে ৰাইজাই অ 
দেহা মোৰ কৰে ৰাইজাই 
হেই নাম দিলো তোমাক 
লাজুকী তগৰ 
এই বিহুৰে তলিতে 
জানো"মই তোমাৰ 
নেলাগে জগৰ 
এই নামেৰে মাতিলে 
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া 
জুৰ মলয়াই জিৰি জিৰিকৈ 
প্ৰকৃতিৰ মন পৰশে 
তোমাৰ মৰমে হিয়া উপচাই 
বুজি পাও উমানতে 
বিহুৰে তলিতে 
তোমাক সোন দেখিলে 
চাই নো চাই তোমাকে 
ওৰকে নপৰে 
কিনো মৰমলগা অ অ ঐ 
~~~~~~~~~¥¥¥ 
অ লাজুকী তগৰ 
তোমাক চাই নেলাগে ভাগৰ 
অ লাজুকী তগৰ 
তোমাক চাই নেলাগে ভাগৰ 
দেহা মোৰ কৰে ৰাইজাই অ 
দেহা মোৰ কৰে ৰাইজাই 
হেই নাম দিলো তোমাক 
লাজুকী তগৰ 
এই বিহুৰে তলিতে 
জানো"মই তোমাৰ 
নেলাগে জগৰ 
এই নামেৰে মাতিলে 
নাম দিলো তোমাক 
লাজুকী তগৰ 
এই বিহুৰে তলিতে 
জানো"মই তোমাৰ 
নেলাগে জগৰ 
এই নামেৰে মাতিলে 
মিঠা হাঁহিটিৰে 
বেকা চাৱনিৰে 
মিঠা হাঁহিটিৰে 
বেকা চাৱনিৰে 
কিনো মোহনীয়া অ অ ঐ 
~~~~~~~¥ 
অ লাজুকী তগৰ 
তোমাক চাই নেলাগে ভাগৰ 
অ লাজুকী তগৰ 
তোমাক চাই নেলাগে ভাগৰ 
দেহা মোৰ কৰে ৰাইজাই অ 
দেহা মোৰ কৰে ৰাইজাই 
দেহা মোৰ কৰে ৰাইজাই অ 
দেহা মোৰ কৰে ৰাইজাই 
হেই দেহা মোৰ কৰে ৰাইজাই অ 
দেহা মোৰ কৰে ৰাইজাই 
দেহা মোৰ কৰে ৰাইজাই অ 
দেহা মোৰ কৰে ৰাইজাই