"O Hale Jale O"
Assamese song
Artist: Dwipen Baruah
Movie: "MOROM", Year: 1978
Music: Ramen Baruah
Support Assamese Songs
অ’....
অ’...
অ’....
অ’... হালে জালে অ’
লাহী বিৰিণা
উৰণীয়া কৰে গা
হালে জালে অ’
লাহী বিৰিণা
উৰণীয়া কৰে গা
জিৰাই !
অ’ তাতে জিৰাই
O তাতে লগাই ফুৰে বা
অ’... হালে জালে অ’
লাহী বিৰিণা !
উৰণীয়া কৰে গা
JOI AAI A OM
Join our Community
CommunityAssam
ৰিণিকি ৰিণিকি
জিলিকি চাকি
দেখা দি নেদেখা হৱ...
বাঁহৰে আগলি
কৰে জিলিমিলি
rode আকোৱালি loi
নৈ চেঙেলীয়া !
জাঁজি বনৰীয়া !
নৈয়ে নৈয়ে উটি যায়...
জিৰাই !
অ’ তাতে জিৰাই
O তাতে লগাই ফুৰে বা
অ’... হালে জালে অ’
লাহী বিৰিণা !
উৰণীয়া কৰে গা
Music
Hope You Enjoyed Singing
উকিয়াই উকিয়াই
দি যাওঁ পখিলাই !
কৈ যাওঁ মনৰে কথা
শুন কি নুশুন
বুকুৰে ৰিণি মোৰ
শুন কি নুশুন বেঠা..!
মৰম আকলুৱা !
তোৰ পিছে পিছে
গাৰে লগৰে ছাঁ !
জিৰাই !
অ’ তাতে জিৰাই
O তাতে লগাই ফুৰে বা
অ’... হালে জালে অ’
লাহী বিৰিণা !
উৰণীয়া কৰে গা,
জিৰাই !
অ’ তাতে জিৰাই
O তাতে লগাই ফুৰে বা
অ’... হালে জালে অ’
লাহী বিৰিণা !
উৰণীয়া কৰে গা
হালেজালে অ’
লাহী বিৰিণা !
উৰণীয়া কৰে গা ৷৷
THANK YOU