পুৰুষ :-জোনালী যদি তুমি
মোৰ শাৰদী আকাশৰ..
জোনালী যদি তুমি
মোৰ শাৰদী আকাশৰ..
নাৰী :- সোণালী ঢৌ.....
মোৰ জোনাকী পোহৰৰ ..
মোৰ জোনাকী পোহৰৰ ..!
পুৰুষ :-জোনালী যদি তুমি
মোৰ শাৰদী আকাশৰ.. ৷
🎵🎵Mmmusic🎵🎵
🔔Follow@ MrinalMedhi
নাৰী :- ঢৌ যদি জোৱাৰ হয়
জোনাকে নাচে....
পুৰুষ :-জোৱাৰে যে জোনাকক
মৰম যাচে !
নাৰী :- অ’..অ’..
ঢৌ যদি জোৱাৰ হয়
জোনাকে নাচে....
পুৰুষ :-জোৱাৰে যে জোনাকক
মৰম যাচে !
দুয়ো :-মৰমে গোপনে পাতে
সপোনৰে ঘৰ !
পুৰুষ :- জোনালী যদি তুমি
মোৰ শাৰদী আকাশৰ..
জোনালী যদি তুমি
মোৰ শাৰদী আকাশৰ..
🎵🎵Mmmusic🎵🎵
🔔Follow@ MrinalMedhi
নাৰী :-মন যদি মিলি যায়
সেয়েতো মিলন..!
পুৰুষ :-পণ যদি একে হয়..
সেয়েতো জীৱন
নাৰী: অ’..অ’..
মন যদি মিলি যায়
সেয়েতো মিলন..!
পুৰুষ :- পণ যদি একে
সেয়েতো জীৱন
দুয়ো :-যৌৱনে যে ভাঙি যায়
বাধা সমুখৰ...
পুৰুষ :- জোনালী যদি তুমি
মোৰ শাৰদী আকাশৰ..
নাৰী :- সোণালী ঢৌ....
মোৰ জোনাকী পোহৰৰ ..
মোৰ জোনাকী পোহৰৰ ..!
পুৰুষ :- মোৰ শাৰদী আকাশৰ.. !
নাৰী :-মোৰ জোনাকী পোহৰৰ !
পুৰুষ :-মোৰ শাৰদী আকাশৰ.. ৷৷