Ei Kopalot Tuli Tuli (এই কপালত তুলি ললি)
কথাছবি:আজলী নবৌ(1980)
কণ্ঠ:দীপেন বৰুৱা
সংগীত:ৰমেন বৰুৱা
কথা:কেশৱ মহন্ত
VocalRemoval+LyricsArrangement+SMUpload
Nilanjona Mahanta.
*****
Support Assamese Songs
*****
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ..
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ..
অ’.. নিঠৰুৱা এই বাটে তই
ওলালি কলৈ বুলি ?
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ..
***
**
*
এই সমাজৰ ৰঙীন সাঁজৰ
মাজত কিমান যে ভুৱা !
মিছা ! মিছা ! এই মৌসনা মাত !
মিছাতেই ভোল যোৱা !
অ’.. দিন দুপৰীয়া চাই থাকোতেই
মাৰিব চকুত ধূলি..!
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ..
***
**
*
আই উভতি একো নেদেখ
আগলৈ ও একো নাই !
***
মাজত মাথো পূৰ্ণ কৰা
বাট প ৰি আছে হায় !
অ’.. বাটৰুৱা বাটটোকে ল
শেষৰ সমল বুলি !
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি ..
অ’.. নিঠৰুৱা এই বাটে তই
ওলালি কলৈ বুলি ?
এই কপালত তুলি ললি
আইৰ পাৱৰ ধূলি
Thank You
With Love From
Nilanjona Mahanta