পু=অ’ মাইকী ম’হৰ বেজাৰত !
মতা ম’হ বেচিলোঁ
লাখুটি তুলিলোঁ চাঙত !
ম= হয়নে
মোৰে কাৰণে
ঘৰবাৰী এৰি থৈ
(এ)সোমাবাগৈ ভুটীয়া চাঙত
🎵🎵Mmmusic🎵🎵
Thank You Rupak Dada
🔔Follow@ MrinalMedhi
পু=অ’ তেনেকৈ বেঁকাকৈ
নেচাবা নেচাবা চকুলৈ..
তেনেকৈ বেঁকাকৈ
নেচাবা নেচাবা চকুলৈ..
চালেই..
চকু চাট মাৰি যায়
ম=চকুতে চকু থৈ
নক’বা তেনেকৈ
চকুতে চকু থৈ
নক’বা তেনেকৈ
মোৰো লাজ লাগি যায়
পু=অ’
তেনেকৈ বেঁকাকৈ
নেচাবা নেচাবা চকুলৈ
তেনেকৈ বেঁকাকৈ
নেচাবা নেচাবা চকুলৈ
🎵🎵Mmmusic🎵🎵
Thank You Rupak Dada
🔔Follow@ MrinalMedhi
প=হিয়া জুৰনীয়া
মোৰ মন উৰণীয়া
হিয়া জুৰনীয়া
মোৰ মন উৰণীয়া
ম=তোমাৰ
হিয়াৰ মৰমেৰে
মোৰ মন হেঙুলীয়া
পু=হিয়া জুৰনীয়া
মোৰ মন উৰণীয়া
ম=তোমাৰ
হিয়াৰ মৰমেৰে
মোৰ মন হেঙুলীয়া
দুয়োঃব’হাগ আহিলে !
কুলিয়ে মাতিলে
দুয়োঃব’হাগ আহিলে !
কুলিয়ে মাতিলে
মোৰো মন নচুৱায়
পু= অ’
তেনেকৈ বেঁকাকৈ
নেচাবা নেচাবা চকুলৈ
তেনেকৈ বেঁকাকৈ
নেচাবা নেচাবা চকুলৈ
🎵🎵Mmmusic🎵🎵
Thank You Rupak Dada
🔔Follow@ MrinalMedhi
পু=জীৱন দুদিনীয়া
জানা প্ৰেম বৰণীয়া
জীৱন দুদিনীয়া
জানা প্ৰেম বৰণীয়া
ম=মৰম !
জানা মোহনীয়া
স্মৃতি যুগমীয়া
পু=জীৱন দুদিনীয়া
জানা প্ৰেম বৰণীয়া
ম=মৰম !
জানা মোহনীয়া
স্মৃতি যুগমীয়া
দুয়ো= যৌৱন জাগিলে
পিৰিতি লাগিলে
দুয়ো= যৌৱন জাগিলে
পিৰিতি লাগিলে
মৰমে দোলা দি যায়..
পু= অ’ তেনেকৈ বেঁকাকৈ
নেচাবা নেচাবা চকুলৈ
তেনেকৈ বেঁকাকৈ
নেচাবা নেচাবা চকুলৈ..
চালেই
চকু চাট মাৰি যায়
ম=চকুতে চকু থৈ
নক’বা তেনেকৈ
মোৰো লাজ লাগি যায়
পু= অ’ তেনেকৈ বেঁকাকৈ
নেচাবা নেচাবা চকুলৈ..
ম=মোৰো লাজ লাগি যায় ।।