menu-iconlogo
huatong
huatong
avatar

Moi Asu

Dipwen Baruah/Kabita Borthakurhuatong
BIJIT_শিৱসাগৰীয়াhuatong
Lyrics
Recordings
m:মই আছো,

মই আছো...

মই  আছো...!

গীত:মই আছো

কথাছবি:শকুন্তলা আৰু শংকৰ জোচেফ আলি(1984)

কণ্ঠ:দ্বীপেন বৰুৱা,কবিতা বৰঠাকুৰ

সংগীত:ৰমেন বৰুৱা

কথা:কেশৱ মহন্ত

জয় আই অসম

m:মই আছো

গছৰে আঁৰতে,

জুৰিৰে পাৰতে

চৰাইৰে কুৰুলি শুনি

f:অ’দেহিটি বতাহে আঁচলত

মোলৈ আনে যে বা

m:মই আছো

গছৰে আঁৰতে,

জুৰিৰে পাৰতে

চৰাইৰে কুৰুলি শুনি

f:অ’দেহিটি বতাহে আঁচলত

মোলৈ আনে যে বা

m:মই আছো ।

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

f:দূৰ-দূৰণিত আকাশৰে পৰা

বেলিৰে ৰেঙণি আহি

লুকা ভাকু খেলে চা

দূৰ-দূৰণিত আকাশৰে পৰা

বেলিৰে ৰেঙণি আহি

লুকা ভাকু খেলে চা

m:পাতৰ আঁৰে-আঁৰে

জুমা-জুমি

নিজৰাৰ পাৰৰে চুমা-চুমি

অ’পাতৰ আঁৰে-আঁৰে,

জুমা জুমি

নিজৰাৰ পাৰৰে,চুমা চুমি

উমলি-জামলি

f:ভাগৰি জুগৰি চা

অ’দেহিটি সাজোনে কাঁচোনে

নাচোনত ভাঙিছে গা..

m:মই আছো... ।

ট্ৰেক অনুৰোধ:B Khataniar

f;মই উকি মাৰো

সিপাৰৰে পৰা

সিপাৰে হিয়াৰে কোনে

নেদেখো কাৰোচোন ছাঁ..

মই উকি মাৰো

সিপাৰৰে পৰা

সিপাৰে হিয়াৰে কোনে

নেদেখো কাৰোচোন ছাঁ..

m:দেহা থাকিলেহে ছাঁ পৰে

বুকুৰ উকি কিযে শুনি মৰে

অ’দেহা থাকিলেহে,ছাঁ পৰে

বুকুৰ উকি কিযে,শুনি মৰে

অননি-বননি

f: বিচাৰি বিচাৰি নাপাওঁ

অ’ দেহিটি খেদি খেদি তই

মাথো হাবাথুৰি খাও

m:মই আছো...

গছৰে আঁৰতে,

জুৰিৰে পাৰতে

চৰাইৰে কুৰুলি শুনি

f:অ’দেহিটি বতাহে আঁচলত

মোলৈ আনে যে বা

m:মই আছো..।।

More From Dipwen Baruah/Kabita Borthakur

See alllogo

You May Like