menu-iconlogo
huatong
huatong
avatar

Dheki de dheki de

Krishnamoni Nathhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Lyrics
Recordings
গীত : ঢেকী দে ঢেকী দে

এলবাম : নয়নমনি (2000)

কণ্ঠ : কৃষ্ণমণি নাথ

সুৰ : দিগন্ত ভাৰতী

ষ্টাৰমেকাৰ আপলোড : BIJIT_শিৱসাগৰীয়া(বৰগোহাঁই)

জয় আই অসম

ঢেকী দে ঢেকী দে

অ' মোৰে লাহৰি

ঢেকীৰে চাবতে

কঁপাই তোল চুবুৰী

সান্দহ পিঠাগুৰি

আৰু থ চিৰা ভাজি

হুচৰি গাব আহিম

যতনাই দিবি

ঢেকী দে ঢেকী দে

অ' মোৰে লাহৰি

ঢেকীৰে চাবতে

কঁপাই তোল চুবুৰী

সান্দহ পিঠাগুৰি

আৰু থ চিৰা ভাজি

হুচৰি গাব আহিম

যতনাই দিবি

ঢেকী দে ঢেকী দে

অ' মোৰে লাহৰি

ঢেকীৰে চাবতে

কঁপাই তোল চুবুৰী ।

?

ঢেকীৰে চাবে চাবে

দুভৰি নাচিব

লাহি কঁকালটি ঘামত

জিলিকি উঠিব

গৰকত আহিব বিহুটি

?

ঢেকীৰে চাবে চাবে

দুভৰি নাচিব

লাহি কঁকালটি ঘামত

জিলিকি উঠিব

গৰকত আহিব বিহুটি তোৰ

গৰকত আহিব বিহুটি

সান্দহ পিঠাগুৰি

আৰু থ চিৰা ভাজি

হুচৰি গাব আহিম

যতনাই দিবি

ঢেকী দে ঢেকী দে

অ' মোৰে লাহৰি

ঢেকীৰে চাবতে

কঁপাই তোল চুবুৰী

ঢেকী দে ঢেকী দে

অ' মোৰে লাহৰি

ঢেকীৰে চাবতে

কঁপাই তোল চুবুৰী ।

?

আখলৰ জুই কুৰাত

দেহা তপতাই ল'

চিনাকি বিহু ফাকি

মনতে পেলাই ল'

যিটো মোৰ সতে গাবি

আখলৰ জুই কুৰাত

দেহা তপতাই ল'

চিনাকি বিহু ফাকি

মনতে পেলাই ল'

যিটো মোৰ সতে গাবি তই

যিটো মোৰ সতে গাবি

সান্দহ পিঠাগুৰি

আৰু থ চিৰা ভাজি

হুচৰি গাব আহিম

যতনাই দিবি

ঢেকী দে ঢেকী দে

অ' মোৰে লাহৰি

ঢেকীৰে চাবতে

কঁপাই তোল চুবুৰী

সান্দহ পিঠাগুৰি

আৰু থ চিৰা ভাজি

হুচৰি গাব আহিম

যতনাই দিবি

ঢেকী দে ঢেকী দে

অ' মোৰে লাহৰি

ঢেকীৰে চাবতে

কঁপাই তোল চুবুৰী

ঢেকী দে ঢেকী দে

অ' মোৰে লাহৰি

ঢেকীৰে চাবতে

কঁপাই তোল চুবুৰী ।।

More From Krishnamoni Nath

See alllogo

You May Like