গীত : হায় ঐ মোৰ বুকুতে
কণ্ঠ : নীলম নয়না
কথা,সুৰ : মৃন্ময় মৃত্তিক,জগত মহিষ
সংগীত : মৃনালকান্তি
জয় আই অসম
হায় ঐ মোৰ বুকুতে
উখল মাখল বাঢ়িছে
হায় ঐ মোৰ মনেও
ৰিং ৰিং ৰাং ৰাং কৰিছে
হায় ঐ মোৰ বুকুতে
উখল মাখল বাঢ়িছে
হায় ঐ মোৰ মনেও
ৰিং ৰিং ৰাং ৰাং কৰিছে
চকুৰে টিপতে কিনো
কৈয়ে গলি
বোৱালি সঁচাকৈ হুমম
বুকুতে এখনি নৈ
মৰমৰ এখনি নৈ
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
এ কি এপৰ,
এ কি দুপৰ
এপৰ দুপৰ কৰি দেখোন
ৰাতিপুৱাই যায়
এ কি ঘনে
এ কি ঘনে
ঘনে ঘনে ভাৱনাই
হিয়া নিচুকাই
কোমলকৈ হিয়াতে
কিনো জাল পেলালি
ওলাব খুজিও ওলাব নোৱাৰি
ধৰেগৈ মেৰিয়াই ঐ
ধৰেগৈ মেৰিয়াই ঐ
Track Request : Lipi
এ কি উজাই,
এ ভটিয়াই
উজনি নামনি চাটি ফুটি
কলিজাত
এ কি বুজো
এ নুবুজো
সাথৰ সাথৰ উলাহবোৰো
মোৰো কবিতাৰ
কোমলকৈ কলিজাত
কিনো জাল পেলালি
ওলাব খুজিও ওলাব নোৱাৰি
ধৰেগৈ মেৰিয়াই অই
ধৰেগৈ মেৰিয়াই অ
ধন্যবাদ সহকাৰে