menu-iconlogo
huatong
huatong
Lyrics
Recordings
এধানি আশাৰে গুঁঠি থওঁ মই

প্ৰেমৰে মালিতা আজি তোমালে' বয়

তুমি আহিলে মোৰ যেন এই আকাশ

তুমি চালেই এই ব্যথাৰে অৱকাশ

নিশা-নিশা তৰালিৰে স'তে গুণা-গঁথা কিনো মন চলে!

যদি আহা তুমি কাষৰলে' তাতে ৰৈ যাওঁ শেষলে'

প্ৰতি সুৰৰে ছন্দ তুমি

তোমাৰে ভাৱনাত হত ৰজনী

প্ৰতি সুৰৰে ছন্দ তুমি

তোমাৰে ভাৱনাত হত ৰজনী

তোমাৰ নামতে ৰাতিৰ জোনাক

তুমি চালেই এই ব্যথাৰে অৱকাশ

নিশা-নিশা তৰালিৰে স'তে গুণা-গঁথা কিনো মন চলে!

যদি আহা তুমি কাষৰলে' তাতে ৰৈ যাওঁ শেষলে'

নিশা-নিশা তৰালিৰে স'তে গুণা-গঁথা কিনো মন চলে!

যদি আহা তুমি কাষৰলে' তাতে ৰৈ যাওঁ শেষলে'

More From Nikhil Jyoti Sarma/Sannidhya Bhuyan/Prasant Das/Tridib Kakati

See alllogo

You May Like