menu-iconlogo
huatong
huatong
avatar

Kotha Nokobi Tan Tan (Short ver.)

Nilav Nitahuatong
ßðrå.𝐊🎻সন্ধ্যাৰাগ♏🎻huatong
Lyrics
Recordings
Song> Kotha Nokobi Tan Tan

Singer> Nilav Nita

Track> Borah Kaliabor

সন্ধ্যাৰাগ Studio

এ জীৱন টুলুং ভুটুং নাও যেন মইনাজান

নাজানো কেতিয়া কি হ'ব

অ' ভাল পালে পায়েই ল, নহ'লে মইনাজান

কথাটো আধা হৈয়েই ৰব

মোৰ কথা তই মানি ল,

তোৰ কথা মই মানি লম

মোৰ আধা টো তইয়েই হয়

তোৰ আধা টো ময়েই হম

কথা নকবি টান টান নহ'লে মইনাজান

তই সহিব লাগিব মোৰ ঠৰঙা অভিমান

উহো নহ'ব এনেকৈ, নহ'ব তেনেকৈ

মৰমকন লাগিব মই বিছাৰো যেনেকৈ

Music

সন্ধ্যাৰাগ Studio

Bindas present

মৰম দি থাকিলে চেনেহ দি থাকিলে থাকিম তোৰ পানী পৰা ঘৰতে

বোকাও খচি দিম মজিয়াও মচি দিম মৰি যাম পানী লগা জ্বৰতে

মোৰ নিচিনা লখিমীক জখিনী নকবি ঘৰ এখন ধৰিব পাৰো মই

ৰূপটো ধুনীয়া গুণটো ধুনীয়া কিহত কম দেখিলি বাৰু তই

মোৰ কথা তই মানি ল

তোৰ কথা মই মানি লম

মোৰ আধা টো তইয়েই হয়

তোৰ আধা টো ময়েই হম

কথা নকবি টান টান নহ'লে মইনাজান

তই সহিব লাগিব মোৰ ঠৰঙা অভিমান

উহো নহ'ব এনেকৈ, নহ'ব তেনেকৈ

মৰমকন লাগিব মই বিছাৰো যেনেকৈ,,,

Thanks for recording

ধন্যবাদ

More From Nilav Nita

See alllogo

You May Like