menu-iconlogo
huatong
huatong
avatar

Laje Laje

Nilav Nitahuatong
ßðrå.𝐊🎻সন্ধ্যাৰাগ♏🎻huatong
Lyrics
Recordings
Song-Laje Laje

Nilav Nita

ঢে ঢেঁকি দি ভৰিৰে খোপনি

তাতে হেচুকি হেচুকি ঐ

মোৰ মৰমৰ সোনাই লৈ মৰমবোৰ

ঢালি এমুঠি দুমুঠি কৈ

ঢে ঢেঁকি দি ভৰিৰে খোপনি

তাতে হেচুকি হেচুকি ঐ

মোৰ মৰমৰ সোনাই লৈ মৰমবোৰ

ঢালি এমুঠি দুমুঠি কৈ

বুকুতে দু দুলনি লৈ

মনতে ক কঁপনি লৈ

সোণাই আহিব বুলি চকু বাটলৈ

লাজে লাজে ওৰণি লৈ

ভাঁজে ভাঁজে ঘামৰে নৈ

পাহি মেলা চকুত সপোনৰে চৈ

লাজে লাজে ওৰণি লৈ

ভাঁজে ভাঁজে ঘামৰে নৈ

পাহি মেলা চকুত সপোনৰে চৈ

Music.

সন্ধ্যাৰাগ ষ্টুডিঅ'

ঐ পদুম পাহে পাহে

ফুলে লাহে লাহে

ঐ পদুম পাহে পাহে

ফুলে লাহে লাহে

মোৰে নো দেহাকণ কাষে চাপি নাহে

নৈ যায় আগলে বৈ

মই চাও চকুলে ঐ

চাৰি চকুৱে মিলি দুটি মন এটি হৈ

লাজে লাজে ওৰণি লৈ

ভাঁজে ভাঁজে ঘামৰে নৈ

পাহি মেলা চকুত সপোনৰে চৈ

লাজে লাজে ওৰণি লৈ

ভাঁজে ভাঁজে ঘামৰে নৈ

পাহি মেলা চকুত সপোনৰে চৈ

Song-Laje Laje

পূবে বতাহ জাকি যায় যায় যায়

সোণায়ে মোৰ কলিজা খাই খাই খাই

দেহাজান ঐ নাজানো ইমান মৰম লাগি যায়

দেহাজান ঐ নাজানো ইমান মৰম লাগি যায়

নৈ যায় আগলে বৈ

মই চাও চকুলে ঐ

চাৰি চকুৱে মিলি দুটি মন এটি হৈ

লাজে লাজে উৰণি লৈ

ভাঁজে ভাঁজে ঘামৰে নৈ

পাহি মেলা চকুত সপোনৰে চৈ

লাজে লাজে উৰণি লৈ

ভাঁজে ভাঁজে ঘামৰে নৈ

পাহি মেলা চকুত সপোনৰে চৈ

ধন্যবাদ

Borah. K (Kaliabor)

More From Nilav Nita

See alllogo

You May Like