menu-iconlogo
huatong
huatong
zubeen-gargbornali-kalita-dusokur-saownitebihusong-cover-image

Dusokur Saownite|Bihusong

Zubeen Garg/bornali kalitahuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Lyrics
Recordings
M/তই জাননে নাজান

বুজনে নুবুজ

বুজিও নুবুজিলি মোক

গীত-দুচকুৰ চাৱনিতে

কণ্ঠ-জুবিন গাৰ্গ,বৰ্ণালী কলিতা

এলবাম-ৰুপালী(২০০৪)

সংগীত : দুলুমনি শইকীয়া

জয় আই অসম

m/দুচকুৰ চাৱনিতে~~~~

মৰমৰ ফাকু খেলি!

কিয় মন হৰি নিলি~~~

তই কাষলে আহি!

বিচনাত বাগৰি

দেখো তোৰে ছবি

ৰাতি এপৰলৈ

নাহে মোৰ টোপনি

অ অ অ ৰুপালী!

কোৰাচ

f/কিয় দুৰনিৰ পৰা~~~

চালি মোক বুকু ভৰি!

সেই চাৱনিতে চোন~~

পালো মনৰ বাতৰি!

উঠোতে বহুতে

যাৰ কথা ভাবো

খাওতে শোওতে

যাক দেখি আছো

মৰম নিদি কেনেকৈ থাকো!

কোৰাচ

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

m/ৰদালী চিকেমিকাই~~~

তোৰ মেঘালী চুলিত!

পাহাৰী জুৰিৰ দৰে~ককাল

তোৰ হালি জালি

ৰাইজাই কৰা মন

বান্ধো কেনেকৈ

কচোন মৰমবোৰ

যাঁচো কেনেকৈ

বুকুৰ মাজত বেথা হেচি থৈ!

কোৰাচ

f/ফাগুনৰ বতাহজাকে~~~

লৰালে গছৰে পাত!

কিনো পিৰিতীয়ে পাই~~

কৰে মন ইচাট বিচাট!

কবিনে কেনেকৈ

কিনো কৰিলে

তোৰে বুকুৰ আপোন

হম দুদিনতে

ভাবি মনে কিবাখন কৰে

কোৰাচ/কোৰাচ

ট্ৰেক অনুৰোধ : PAPU

More From Zubeen Garg/bornali kalita

See alllogo

You May Like