menu-iconlogo
huatong
huatong
avatar

Bhobai Nasilu

Zubeen Garg/DEEPLINA DEKAhuatong
merrounkidhuatong
Lyrics
Recordings
ভবাই নাছিলোঁ

মােৰ দৰে

তােমাৰ বুকুৰ

সপােনবােৰাে যে

সাৰে থাকে।

জনাই নাছিলোঁ

মােৰ বাবে

তােমাৰ হিয়াত

প্রীতিৰ ঢৌ বােৰেও

খেলি থাকে।

ভবাই নাছিলোঁ

মােৰ দৰে

তােমাৰ চকুৰ

পিয়াহ টুপিও

হয় মােৰে।

জনাই নাছিলোঁ

মােৰ বাবে

তােমাক নিমাত

জোনাক বােৰেও

খেদি ফুৰে।

লিখি লিখি থােৱা

অলেখ অকবিতাৰ

শব্দ তােমাৰ

আবেগৰে,

ভবাই নাছিলোঁ

মােৰ বাবে

তােমাৰ বুকুৰ

সপােনবােৰাে যে

সাৰে থাকে ।

তুমি চুলে সােণ

মায়া জাগি উঠে

তুমি প্রজাপতি ৰ'দে জানে।

আ..আ..আ..

তুমি চালে চোন

জোন তৰা বােৰে

পােহৰ সামৰে আউসীতে।

শেষ উশাহেও

লৱ তােমাতেই জিৰণি,

তুমি যে মােৰ

আধা লিখা জীয়া কাহিনী।

মােৰ মন

তােমাতেই শেৱালি

মােৰ প্রাণ

তােমাতেই আজৰি

মােৰ মন

তােমাতেই অভিমানী

মােৰ প্রাণ

তােমাতেই শান্তি।

জনাই নাছিলোঁ

মােৰ বাবে

তােমাৰ হিয়াত

প্রীতিৰ ঢৌ বােৰেও

খেলি থাকে

ভবাই নাছিলোঁ

মোৰ বাবে

তোমাৰ বুকুৰ

সপোনবোৰো যে

সাৰে থাকে ।।

More From Zubeen Garg/DEEPLINA DEKA

See alllogo