menu-iconlogo
huatong
huatong
Lyrics
Recordings
জীৱন এখনি মায়াময় জীৱনী

মৰম মায়াৰে এটি কাহিনী

জীৱন এখনি মায়াময় জীৱনী

মৰম মায়াৰে এটি কাহিনী

জীৱনে কয় কাহানিবা

হাঁহিবোৰ লুকুৱাই থোৱা

মৰমে কয় কেতিয়াবা

চকুলোত তিতিছে হিয়া

সুখ দুখৰ ছবি আঁকি যায়

জীৱনৰ আঁচলত লুকাই

অ' মায়া কি যে মায়

জীৱন মায়াৰে খেলা

অ' মায়া কি যে মায়া

মৰম মায়াৰে মেলা

অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও

অ' মায়াৰে সাৰথি লৈ

আশাৰে বঠা বাই যাওঁ

অ' মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও

অ' মায়াৰে সাৰথি লৈ

আশাৰে বঠা বাই যাওঁ

জীৱনে কয় কাহানিবা

হাঁহিবোৰ লুকুৱাই থোৱা

মৰমে কয় কেতিয়াবা

চকুলোত তিতিছে হিয়া

সুখ দুখৰ ছবি আঁকি যায়

জীৱনৰ আঁচলত লুকাই

অ' মায়া কিযে মায়া

জীৱন মায়াৰে খেলা

অ' মায়া কিযে মায়া

মৰম মায়াৰে মেলা

অ' মন পখী যায় উৰি

মায়াৰে ডেউকা মেলি

হেঁপাহক সাৱটি

নিজৰে ছাঁয়া বিচাৰি

অ' মন পখী যায় উৰি

মায়াৰে ডেউকা মেলি

হেঁপাহক সাৱটি

নিজৰে ছাঁয়া বিচাৰি

জীৱনে কয় কাহানিবা

হাঁহিবোৰ লুকুৱাই থোৱা

মৰমে কয় কেতিয়াবা

চকুলোত তিতিছে হিয়া

সুখ দুখৰ ছবি আঁকি যায়

জীৱনৰ আঁচলত লুকাই

অ' মায়া কিযে মায়া

জীৱন মায়াৰে খেলা

অ' মায়া কিযে মায়া

মৰম মায়াৰে খেলা

More From Zubeen Garg/Rakesh Reeyan/Chayanika Bhuyan/papori gogoi

See alllogo

You May Like