menu-iconlogo
huatong
huatong
avatar

XASIPATOT SHANKARDEV..Track by MRIDUPABAN

achurjya borpatrohuatong
🍁MRIDUPABAN🍁huatong
Letras
Grabaciones
সাঁচিপাতত শংকৰদেৱে.... ট্ৰেক-MRIDUPABAN

এ সাঁচি পাতত শংকৰদেৱে লিখে ভাগৱত

এ মাধৱদেৱে বোলে গুৰু কি কৰ্মতে ৰত

এ কলি কালৰ নৰলৈ হে লাগিছে মোৰ ভয়

সেহি হেতু ভাগৱত লিখি আছোঁ মই

এ ৰাম ৰাম সেহি হেতু ভাগৱত লিখি আছোঁ মই

সাঁচি পাতত শংকৰদেৱে লিখে ভাগৱত

মাধৱদেৱে বোলে গুৰু কি কৰ্মতে ৰত

কলি কালৰ নৰলৈ হে লাগিছে মোৰ ভয়

সেহি হেতু ভাগৱত লিখি আছোঁ মই

এ ৰাম ৰাম সেহি হেতু ভাগৱত লিখি আছোঁ মই

--ষ্টাৰমেকাৰ ট্ৰেক আপলোড- MRIDUPABAN ID- 13303423535..?

এ ৰাম ৰাম মায়াজালে পৰি নৰ কলিত মৰহিব

ধৰ্মৰ সুবাস পাবৰ হেতু ভাগৱত পঢ়িব

এ পূৰ্ণ হব পান কৰি হৰিনামৰ ক্ষুধা

নামলৈলে দূৰ হৈব জগতৰ বাধা

এ ৰাম ৰাম নামলৈলে দূৰ হৈব জগতৰ বাধা

এ ৰাম ৰাম ভাগৱতৰ বৃক্ষডালিৰ অবিনাসী ফল

এ সাধুসন্তই পাৰি খায় পাপী নাযায় তল

এ বৈকুণ্ঠতে আছিলাহা বিষ্ণু ৰূপ ধৰি

কলিযুগে গুৰু ৰূপে ভৈলা দেৱহৰি

এ ৰাম ৰাম কলিযুগে গুৰু ৰূপে ভৈলা দেৱহৰি

---ভাঙনি---

এ হৰিৰ কীৰ্ত্তন কৰি...

সুখে সংসাৰ তৰি...

পাইবা ভক্তি পৰম.. নি..ৰ্মল..

এ শুনা সভাষদ সয়..

নেৰিব শাস্ত্ৰৰ সয়…

এ হৰিগুণ ভাগৱত সাৰ...

PLZ FOLLOW MRIDUPABAN.

এ ৰাম ৰাম আমাৰ শংকৰ গুৰু

বৈকুণ্ঠই চলিলে ঐ...

শয্যাতে এৰিলে গাৰু.…

চকুৰি ভকতে ফেঁকুৰি কান্দিছে

আকৌ আহিবনে বাৰু

আমাৰ শংকৰ গুৰু

বৈকুণ্ঠই চলিলেঐ...

শয্যাতে এৰিলে গাৰু.…

চকুৰি ভকতে ফেঁকুৰি কান্দিছে

আকৌ আহিবনে বাৰু

এ ৰাম ৰাম কলিত হৰিনামে সাৰ হে বান্ধৱ

কলিত হৰিনামে সাৰ...

দুৰ্লভ মানুষ্য ভাৰত বৰিষ

নামেহে কৰে উদ্ধাৰ...

কলিত হৰিনামে সাৰ হে বান্ধৱঐ

কলিত হৰিনামে সাৰ...

দুৰ্লভ মানুষ্য ভাৰত বৰিষ

নামেহে কৰে উদ্ধাৰ...

দুৰ্লভ মানুষ্য ভাৰত বৰিষ

নামেহে কৰে উদ্ধাৰ...

দুৰ্লভ মানুষ্য ভাৰত বৰিষ

নামেহে কৰে উদ্ধাৰ...

--মৃদুপৱনৰ দ্বাৰা ট্ৰেক আপলোড--

Más De achurjya borpatro

Ver todologo

Te Podría Gustar