menu-iconlogo
huatong
huatong
dikshugitartha-girin-antaheen-from-antaheen-cover-image

Antaheen (From "Antaheen")

Dikshu/Gitartha Girinhuatong
nphangoorahuatong
Letras
Grabaciones
জোন গলা প্ৰতিটো নিশা

তোমাৰেই নামতে সঁপি দিম

ৰ'দে সজা প্রতিটো পুৱা

তোমাৰেই নামতে সিঁচি দিম

তুমিয়েইতো মোৰ আদি-অনাদি

বুকুতে প্ৰেমৰ মিঠা ৰাগিনী

উন্মানা নৈৰ ঢৌ তুলি তুলি

সিঁচি দিয়াঁনা

চৌপাশে প্ৰণয় ৰাঙলী

লিখি লিখি ভাগৰোঁ

কবিতা প্ৰেমৰ অন্তহীন

গণি গণি আদৰোঁ অনুৰণ

অন্তহীন

নিয়ৰৰে টোপালে

দুভৰিকে চুমিলে

ছুই যাব দিয়াঁ মোৰ

শেতেলি

মৰমৰ উমেৰে

হিয়া মোৰ ৰ'দালে

আহিব দিয়াঁচোন গধূলি

দুহাতৰ পৰশত

সাৰ পাব সপোনো

দি যোৱাঁ ফাগুনৰ

এচেৰেঙা আদৰো

তুমিয়েইতো মোৰ আদি-অনাদি

বুকুতে প্ৰেমৰ মিঠা ৰাগিনী

উন্মানা নৈৰ ঢৌ তুলি তুলি

সিঁচি দিয়াঁনা

চৌপাশে প্ৰণয় ৰাঙলী

লিখি লিখি ভাগৰোঁ

কবিতা প্ৰেমৰ অন্তহীন

গণি গণি আদৰোঁ অনুৰণ

অন্তহীন

Más De Dikshu/Gitartha Girin

Ver todologo

Te Podría Gustar