menu-iconlogo
logo

Nupur bajise

logo
Letras
Rajnish PRESENTs...

Nupur bajise

Dikshu sharma

Lyrics tune Gitartha Girin

Palash Gogoi

ৰাজনীশ

প্ৰতিটো শব্দত, প্ৰতিটো উশাহত

প্ৰতিটো সপোনত, বিচাৰি আপোনক

উশাহৰ ভৰতে, জীৱনৰ কোলাহল

তেজৰে দুলাতে মোহাৰি নিজকে

তেজৰে চিনাকি নিজতে বিচাৰি

কলিজাৰ টুকুৰা হব নেকি এলাগী

নিজতে নিজৰ কাহিনী...

নূপুৰ বাজিছে দুভৰিত ৰুণজুন

নূপুৰেও কান্দেচোন মজিয়াত শুনাচোন

নূপুৰ বাজিছে দুভৰিত ৰুণজুন

নূপুৰেও কান্দেচোন মজিয়াত শুনাচোন

সমন্ধতাৰ ভেটিটো, গৰা খহনীয়াৰ ৰোধ

বৈধতাৰ তুলাচনীত, নিজেকে জুখিবা চোন

কোন পৰ, কোন আপোন

কাৰ হাঁহিত কাৰ সপোন

নিজকে সুধিবা চোন

তেজৰে চিনাকি নিজতে বিচাৰি

কলিজাৰ টুকুৰা, হব নেকি এলাগী

নিজতে নিজৰ কাহিনী...

নূপুৰ বাজিছে দুভৰিত ৰুণজুন

নূপুৰেও কান্দেচোন মজিয়াত শুনাচোন

নূপুৰ বাজিছে দুভৰিত ৰুণজুন

নূপুৰেও কান্দেচোন মজিয়াত শুনাচোন

PLEASE GIVE YOUR THUMBS UP

ThAnK YoU

Nupur bajise de Dikshu - Letras y Covers