menu-iconlogo
huatong
huatong
avatar

Fagunore ba bole

Dipen Baruah/Pannalal Bhattacharyahuatong
🎻বিনোদভকলিন💐huatong
Letras
Grabaciones
লিহিৰি লিহিৰি বনতে

কিয় বাৰু মৌ সৰে

কাৰোবাৰে হাঁহিতে

ফাগুনৰে বা বলে

লিহিৰি লিহিৰি বনতে

কিয় বাৰু মৌ সৰে

কাৰোবাৰে হাঁহিতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

তোমাৰ চকুত আজি দেখুন

ফুল ফুলাৰ বতৰা

তোমাৰ চকুত আজি দেখুন

ফুল ফুলাৰ বতৰা

ফাগুন হ’লে ফুলে যে ফুল

কিয় উৰে ভোমোৰা

যাদু লাগি ফাগুনৰ

মনৰ লাহি পাহিতে

যাদু লাগি ফাগুনৰ

মনৰ লাহি পাহিতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

ফাগুনৰে বা বলে

লিহিৰি লিহিৰি বনতে

কিয় বাৰু মৌ সৰে

কাৰোবাৰে হাঁহিতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

লাজুক লাজুক তোমাৰে খোজ

কঁপে কিয় উলাহত

লাজুক লাজুক তোমাৰে খোজ

কঁপে কিয় উলাহত

বৰণীয়া লাহি জুৰি

ভৰে কিয় আহাৰত

যাদু লাগি মৰমৰ

নজনাকে মনতে

যাদু লাগি মৰমৰ

নজনাকে মনতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

ফাগুনৰে বা বলে

লিহিৰি লিহিৰি বনতে

কিয় বাৰু মৌ সৰে

কাৰোবাৰে হাঁহিতে

ফাগুনৰে বা বলে

লিহিৰি লিহিৰি বনতে

কিয় বাৰু মৌ সৰে

কাৰোবাৰে হাঁহিতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

চিনাকি পিৰিতি ৰাগিতে

যা লাজো নাই কথাতে

Más De Dipen Baruah/Pannalal Bhattacharya

Ver todologo

Te Podría Gustar